খেল

May 24, 2025 6:26 PM

views 43

সদৌ অসম দবা সন্থাৰ উদ্যোগত আজিৰে পৰা অসম দবা প্ৰিমিয়াৰ লীগ অনুষ্ঠিত

সদৌ অসম দবা সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত অসম দবা প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হৈছে। উদ্যোগপতি সঞ্জীৱ নাৰায়ণে উদ্বোধন কৰা প্ৰতিযোগিতাখনত ৮টা দলে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত ৫ জন গ্ৰেণ্ডমাষ্টাৰ আৰু ৭ জন ইণ্টাৰনেচনেল মাষ্টাসহ ৫৬ গৰাকী খেলুৱৈয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আজিৰ উদ্বোধনী অনুষ্ঠানত স...

May 24, 2025 3:48 PM

views 50

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টনত কিদাম্বি শ্রীকান্ত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্রীকান্তে কুৱালালামপুৰত চলি থকা মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলত তেওঁ আজি জাপানৰ শ্বি তানাকাক ২১-১৮, ২৪-২২ গেমত পৰাজিত কৰে। এই জয়ৰ জৰৰিতে কিদাম্বি শ্রীকান্ত চলিত বছৰত ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলু...

May 24, 2025 12:35 PM

views 81

আই পি এলত সন্ধিয়া ৭.৩০ বজাত পঞ্জাব কিংছ বানান দেলহী কেপিটেলছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ৪২ ৰানত পৰাস্ত কৰে। ২৩২ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা বেংগালুৰুৰ দলটোৱে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ এটা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই ১৮৯ বানহে কৰিবলৈ সমৰ...

May 24, 2025 12:28 PM

views 48

খেলো ইণ্ডিয়া বীচ্ছ গেমছত অসমে এটা সোণসহ ৮ টা পদক জয়েৰে অভিযান সমাপ্ত

খেলো ইণ্ডিয়া বীচ্ছ গেমছত অসমে এটা সোণসহ ৮ টা পদক জয়েৰে অভিযান সমাপ্ত কৰিছে। দমন আৰু দিউৰ লগতে দাদাৰা আৰু নগৰ হাবেলীত অনুষ্ঠিত উদ্বোধনী বৰ্ষৰ প্ৰতিযোগিতাখনত অসম পদক তালিকাৰ দহ নম্বৰ স্থানত আছে। উদ্বোধনী বৰ্ষৰ খেলো ইণ্ডিয়া বীচ্ছ গেমচত মুঠ ৬বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকাত পাঁচটা সোণসহ মুঠ ১...

May 23, 2025 12:41 PM

views 74

আই পি এলত সন্ধিয়া ৭.৩০ বজাত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দাবাদৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গুজৰাট টাইটানছক ৩৩ ৰানত পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্ট ছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেট হেৰুৱাই ২৩৫ ৰান সংগ্ৰহ কৰে। লক্ষ্ণৌৰ হৈ মিছেল মার...

May 23, 2025 12:31 PM

views 61

খেলো ইণ্ডিয়া বীচ্চ গেমছত অসমৰ ল’ৰাৰ দলৰ ছেপাকটাক্ৰ’ত সোণৰ পদক অৰ্জন

অসমৰ ল'ৰাৰ দলে দমন আৰু দিউত চলি থকা প্রথম খেলো ইণ্ডিয়া বীচ্চ গেমছৰ ছেপাকটাক্ৰ'ত সোণৰ পদক অৰ্জন কৰিছে। দলটোৱে কালি ফাইনেলত দিল্লীক ১৭-১৪, ১৫-১৩, ১৫-১১ ফলাফলত পৰাস্ত কৰে । একেদৰে টিপু পাটিৰে পেনছাক চিলাটত ল'ৰাৰ ৫৫ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে। খেলুৱৈগৰাকী কালি ছেম...

May 22, 2025 6:44 PM

views 27

বিশ্ব মাষ্টাৰ্ছ গেমছৰ ডিছকাছ থ্ৰ’ প্রতিযোগিতাত নীলা বসুমতাৰীৰ সোণৰ পদক অৰ্জন

টাইৱানৰ টাইপেই চহৰত অনুষ্ঠিত বিশ্ব মাষ্টাৰ্ছ গেমছৰ ডিছকাছ থ্ৰ' প্রতিযোগিতাত কোকৰাঝাৰৰ নীলা বসুমতাৰীয়ে সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ পূৰ্বে নীলাই এই আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত শ্বটপুট দলিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। প্ৰতিযোগিতাৰ ত্ৰিপ’ল জাম্পত তিনিচুকীয়াৰ গীতাঞ্জলি...

May 22, 2025 4:03 PM

views 43

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টনত কিদাম্বী শ্রীকান্তৰ লগতে মিক্সড্ ডাবল্‌ছৰ যুটি ধ্ৰুৰ্‌ কপিলা আৰু তানিশা ক্ৰাষ্ট’ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ কিদাম্বী শ্রীকান্তৰ লগতে মিক্সড্ ডাবল্‌ছৰ যুটি ধ্ৰুৰ্‌ কপিলা আৰু তানিশা ক্ৰাষ্ট’ৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল প্ৰতিযোগিতাত শ্ৰীকান্তে সুন্দৰ প্ৰদৰ্শনেৰে আয়াৰলেণ্ডৰ নাট নুয়েনক ২৩-২১...

May 22, 2025 12:20 PM

views 43

আই পি এলত আজি সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ’ব

■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ডেলহি কেপিটেলছক ৫৯ বানত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰা চতুর্থ তথা অন্তিমটো দল ৰূপে পৰিগণিত হয়। ইয়াৰ বিপৰীতে আই পি এলৰ এইবাৰৰ সংস্কৰণত ডেলহি কেপিটেলছৰ যাত্ৰাৰ সামৰণি পৰে। খেলখনত মুম্...

May 22, 2025 12:14 PM

views 48

দমন আৰু ডিউত চলিত খেলো ইণ্ডিয়া বিচ্চ গেমছত অসমৰ দুটা ব্ৰঞ্জৰ পদক লাভ

■ দমন আৰু ডিউত চলি থকা খেলো ইণ্ডিয়া বিচ্চ গেমছত অসমে কালি দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। ইয়াৰ পেনচাক চিলাটৰ ছোৱালীৰ গানডা ইভেণ্টৰ ডাবলছত কবিতা মুছাহাৰী আৰু সোণালী মুছাহাৰীয়ে ব্ৰঞ্জৰ পদক জয় কৰে। অসমে আনটো ব্ৰঞ্জৰ পদক ল’ৰাৰ ছেপাক টাক্ৰোৰ দলীয় শাখাত পাবলৈ সমর্থ হয়।