খেল

May 28, 2025 10:26 AM

views 28

আই পি এল ক্রিকেট প্রতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ যোৱা নিশা লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ২২৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰপ্ৰাপ্ত অধিনায়ক জিতেশ শৰ্মাৰ ৮৫ আৰু বিৰ...

May 27, 2025 8:39 PM

views 31

পি ভি সিন্ধু আৰু এইচ এছ প্রণয়ে ছিংগাপুৰ অপেন বেডমিণ্টন প্রতিযোগিতাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ পি ভি সিন্ধু আৰু এইচ এছ প্রণয়ে ছিংগাপুৰ অপেন বেডমিণ্টন প্রতিযোগিতাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। সিন্ধুৱে আজি মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত কানাডাৰ ৱেন য়ু ঝাঙক ২১-১৪, ২১- ৯ গেমত পৰাস্ত কৰে। একেদৰে, প্ৰণয়ে পুৰুষৰ ছিংগলছত ডেনমাৰ্কৰ ৰাছমাছ গেমকেক ১৯-২১, ২১-১৬, ২১-১৪ গেমত পৰাভূত কৰে। অ...

May 27, 2025 4:41 PM

views 41

এছিয়ান এথলেটিক্‌ছ চেম্পিয়নশ্বিপত ভাৰতৰ ছাৰ্ভিন চেবাস্তিয়ানৰ দেশৰ হৈ প্ৰথমটো পদক

দক্ষিণ কোৰিয়াৰ গুমিত অনুষ্ঠিত এছিয়ান এথলেটিক্‌ছ চেম্পিয়নশ্বিপত ভাৰতৰ ছাৰ্ভিন চেবাস্তিয়ানে দেশৰ হৈ প্ৰথমটো পদক জয় কৰিছে। ছার্ভিনে আজি পুৰুষৰ ২০ কিলোমিটাৰ ৰেচ ৱাক এঘণ্টা ২১ মিনিট আৰু ১৩.৬ ছেকেণ্ডত সম্পূৰ্ণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এই প্ৰতিযোগিতাত চীনৰ ঝাওঝাওৱে সোণ আৰু জাপানৰ কেণ্টো য়ুচি কাৱাই ...

May 27, 2025 12:06 PM

views 81

IPL: সন্ধিয়া ৭.৩০ বজাত লক্ষ্ণৌ ছুপাৰ জায়েন্ট বনাম ৰয়েল ছেলেঞ্জার্ছ বেংগালুৰু

■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাস্ত কৰে। এই জয়ৰ সুবাদত পাঞ্জাবে প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ শীৰ্ষ দুটা দলৰ মাজত নিজৰ স্থান সুনিশ্চিত কৰে। দলটোৱে লগতে অহা বৃহস্পতিবাৰে ছণ্ডিগড়ত হ'বলগীয়া প্লে ...

May 26, 2025 1:05 PM

views 50

পৱন বার্তৱাল চতুর্থ থাইলেণ্ড অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুর্ণামেণ্টৰ ৫৫ কেজি শিতানৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ বক্সাৰ পৱন বার্তৱালে চতুর্থ থাইলেণ্ড অ'পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুর্ণামেণ্টৰ ৫৫ কেজি শিতানৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি বেংককত কাম্ব'ডিয়াৰ ছাঅ' ৰাংছেক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে ৷ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ ৰূপৰ পদকজয়ী পৱনে কালি দুর্দান্ত প্ৰদৰ্শনেৰে প্ৰতিপক্ষক দিশহাৰ...

May 26, 2025 12:34 PM

views 89

আই পি এলত আজি পাঞ্জাৱ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত পাঞ্জাৱ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আনহাতে, কালি নিশা দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত হোৱা এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে কলকাতা নাইট ৰাইডাৰ্ছক ১১০ ৰানত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ...

May 25, 2025 8:32 PM

views 48

ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতা আৰম্ভ

পেৰিছত আজি ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতা আৰম্ভ হ'ব। ৰোলাঁ-গেৰো হিচাপেও পৰিচিত এই প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ শাখাত ৰোহন বোপান্না, য়ুকি ভান্ত্রি, এন শ্ৰীৰাম বালাজী আৰু ঋত্বিক চৌধাৰী বল্লিপাল্লিয়ে ভাৰতক প্রতিনিধিত্ব কৰিছে। প্ৰথম ৰাউণ্ডৰ খেলত আজি বোপান্নাই তেওঁৰ সহযোগী ছেকগণৰাজ্যৰ আদাম পাভলাছেকৰ সৈতে ...

May 25, 2025 8:28 PM

views 44

আই পি এল ক্রিকেট প্রতিযোগিতাত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে গুজৰাট টাইটানছ ৮৩ ৰানত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত আজি চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক ৮৩ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং আৰম্ভ কৰি চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক জয়ৰ বাবে ২৩১ ৰান লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে ১৮ অভাৰ...

May 24, 2025 8:21 PM

views 38

কিদাম্বি শ্রীকান্ত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্রীকান্তে কুৱালালামপুৰত চলি থকা মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কিদাম্বিয়ে আজি ছেমিফাইনেলত জাপানৰ য়ুশ্বি তানাকাক ২১-১৮, ২৪-২২ গেমত পৰাজিত কৰে। এই জয়ৰ জয়ৰ সুবাদত খেলুৱৈগৰাকী চলিত বছৰত কোনো আগশাৰীৰ প্ৰতিযোগিতাৰ ফাইনেলত ...

May 24, 2025 6:31 PM

views 53

সমাগত ইংলেণ্ড ভ্রমণসূচীৰ বাবে ভাৰতৰ টেষ্ট দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে আজি সমাগত ইংলেণ্ড ভ্রমণসূচীৰ বাবে ভাৰতৰ টেষ্ট দলটো ঘোষণা কৰিছে। শুভমন গিল নেতৃত্বাধীন জাতীয় দলটোত ছাই সুদর্শন নতুন মুখ হিচাপে স্থান লাভ কৰিছে। আনহাতে দীৰ্ঘদিনৰ মূৰত জাতীয় টেষ্ট দলত কৰুণ নায়াৰে স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। উইকেট ৰক্ষক-বেটাৰ ঋষভ পণ্টক উপ-অধিনায়ক হ...