খেল

June 4, 2025 11:35 AM

views 22

থাইলেণ্ডৰ পাথুম থানিৰ থাম্মাছাট ষ্টেডিয়ামত আজি ভাৰত-থাইলেণ্ডৰ ফিফা আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূর্ণ খেল

থাইলেণ্ডৰ পাথুম থানিৰ থাম্মাছাট ষ্টেডিয়ামত আজি সন্ধিয়া ভাৰত আৰু থাইলেণ্ডৰ মাজত এখন ফিফা আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূর্ণ খেল অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬ বজাত আৰম্ভ হ'ব। সম্প্রতি ১২৭ সংখ্যক স্থানত থকা ভাৰতে এ এফ চি এছিয়ান কাপ ছৌদি আৰৱীয়া ২০২৭ কোৱালিফায়াৰৰ ফাইনেল ৰাউণ্ডৰ বাবে ...

June 4, 2025 11:33 AM

views 25

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ আই পি এল ক্রিকেট প্রতিযোগিতাৰ খিতাপ জয়

আই পি এল ক্রিকেট প্রতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰিছে। যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত বেংগালুৰুৱে পাঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰে। প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ জয় কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰে কয়, যে ব...

June 4, 2025 11:31 AM

views 38

নৰৱে দবা প্রতিযোগিতাত আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ ফেবিয়ানো কাৰুয়ানাক পৰাস্ত ভাৰতীয় অর্জুন এৰিগাইচিৰ

নৰৱে দবা প্রতিযোগিতা ২০২৫ত যোৱা নিশা ভাৰতীয় অর্জুন এৰিগাইচিয়ে আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ ফেবিয়ানো কাৰুয়ানাক অষ্টম ৰাউণ্ডত পৰাস্ত কৰে। আনহাতে, অষ্টম ৰাউণ্ডত আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ হিকাৰু নাকামুৰাই বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰে। আকৰ্ষণীয় খেলখনত হিকাৰু নাকামুৰাই তৃতীয় ৰাউণ্ডৰ পৰাজয়ৰ প্ৰতিশো...

June 3, 2025 8:20 PM

views 56

স্পেইনৰ মাৰ্বেলা ফুটবল ক্লাবত অসমৰ ১৯ বছৰ অনূর্ধ ১৭ গৰাকী ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা

স্পেইনৰ মাৰ্বেলা ফুটবল ক্লাবত অসমৰ ১৯ বছৰ অনূর্ধ ১৭ গৰাকী ফুটবল খেলুৱৈয়ে প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা লাভ কৰিছে। ৰাজ্যৰ বছা বছা ৭২ গৰাকী ফুটবল খেলুৱৈৰ ভিতৰত গুৱাহাটী স্পৰ্টছ এছ’চিয়েচনে এই প্ৰশিক্ষণৰ বাবে ৰাজ্যৰ ১৭ গৰাকী খেলুৱৈক নিৰ্বাচিত কৰিছে। গোপীনাথ বৰদলৈ ট্ৰফী প্রতিযোগিতাত ভাল খেল প্ৰদৰ্শন কৰাৰ বাব...

June 3, 2025 1:18 PM

views 27

নৰ’ৱে দবা প্রতিযোগিতাত অৰ্জুন এৰিগাইচিক সপ্তম ৰাউণ্ডত পৰাস্ত ডি গুকেশৰ

সাম্প্রতিক বিশ্ব চেম্পিয়ন ভাৰতৰ ডি গুকেশে যোৱা নিশা ষ্টেভেনজাৰ চিটীত চলি থকা নৰ'ৱে দবা প্রতিযোগিতাত সতীৰ্থ খেলুৱৈ গ্ৰেণ্ড মাষ্টাৰ অৰ্জুন এৰিগাইচিক সপ্তম ৰাউণ্ডত পৰাস্ত কৰে। প্ৰতিযোগিতাত ইয়াৰ পূৰ্বে হোৱা মুখামুখিত অর্জুনে গুকেশৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল। ১৯ বর্ষীয় গুকেশে বগা গুটিৰে খেলি কালি...

June 3, 2025 1:17 PM

views 78

ৰয়েল চেলেঞ্জাৰ্ছ আৰু পাঞ্জাৱ কিংছৰ মাজত আজি আই পি এল ক্রিকেটৰ চলিত সংস্কৰণৰ ফাইনেল খেল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ চলিত সংস্কৰণৰ ফাইনেল খেলখন আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া চাৰে ৭ বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হ'ব। ৰজত পাৰ্টিদাৰ নেতৃত্বাধীন বেংগালুৰুৰ দলটোৱে চণ্ডীগড়ত অনুষ্ঠিত প্ৰথমখন কোৱালিফা...

June 2, 2025 10:09 AM

views 94

পাঞ্জাব কিংছ আই পি এলৰ ফাইনেলত প্ৰৱেশ

আই পি এল ক্রিকেট প্রতিযোগিতাত পাঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছে বান্ধি দিয়া ২০৪ ৰানৰ বিজয় লক্ষ্য পাঞ্জাব কিংছে এটা অভাৰ বাকী থকা অৱস্থাত সহজে অতিক্ৰম কৰে। পাঞ্জ...

June 1, 2025 9:22 PM

views 65

ফ্রেন্স অপেন টেনিছত ভাৰতৰ ইউকি ভান্ত্ৰী আৰু আমেৰিকাৰ ৰবাৰ্ট গালোৱেৰ যুটীটো আমেৰিকান যুটী ইভান কিং আৰু খ্ৰীষ্টিয়ান হেৰিচনৰ বিৰুদ্ধে অৱতীৰ্ণ

ফ্রেন্স অপেন টেনিছত আজি ভাৰতৰ তাৰকা খেলুৱৈ ইউকি ভান্ত্ৰী আৰু আমেৰিকাৰ ৰবাৰ্ট গালোৱেৰ যুটীটো আমেৰিকান যুটী ইভান কিং আৰু খ্ৰীষ্টিয়ান হেৰিচনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে পুৰুষৰ ছিংগলছত আজি যোৱাবাৰৰ চেম্পিয়ন কাৰ্লোৰ্ছ আলকাৰাজে আমেৰিকাৰ বেন শ্বেলটনৰ বিৰুদ্ধে খেলিব। আজি হ'বলগীয়া মহিলাৰ আন এখন গুৰুত্বপূ...

June 1, 2025 3:42 PM

views 53

ফ্ৰেন্স অপেন টেনিছত নভাক জ’ক’ভিছ আৰু জানিক চিনাৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ

■ নভাক জ’ক'ভিছ আৰু বিশ্ব ৰেংকিঙৰ প্ৰথম স্থানত থকা জানিক চিনাৰে ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। দুয়োগৰাকী খেলুৱৈ যোৱা নিশা নিজৰ নিজৰ খেলত জয়লাভেৰে চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰে। খেলুৱৈ জীৱনৰ ২৫ সংখ্যক গ্ৰেণ্ডস্লাম বিজয়ৰ লক্ষ্যৰে ফ্ৰেন্স অপেনত প্ৰতিদ্বন্দিতা কৰা নভাক জ'ক'ভি...

June 1, 2025 1:22 PM

views 54

আই পি এলত সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম পাঞ্জাব কিংছ

● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ, পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। এই খেলখনত জয়লাভ কৰা দলটো মঙলবাৰে একেখন ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল ছেলেঞ...