খেল

May 31, 2025 8:31 PM

views 30

দক্ষিণ কোৰিয়াৰ গুমীত চলিত বৰ্ষৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ সফলতা

দক্ষিণ কোৰিয়াৰ গুমীত সামৰণি পৰা চলিত বৰ্ষৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে ৮ টা সোণ, ১০ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জৰ পদকেৰে পদক তালিকাৰ দ্বিতীয় স্থান দখল কৰে। প্ৰতিযোগিতাৰ শেষৰ দিনা আজি ভাৰতে তিনিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। মহিলাৰ ৪০০ মিটাৰ ৰিলেত ভাৰতীয় দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে। ...

May 31, 2025 8:21 PM

views 34

কাইলৈ ফিট ইণ্ডিয়া ছানডে অন চাইকেল কাৰ্যসূচীৰ ২৫ সংখ্যক সংস্কৰণ

ফিট ইণ্ডিয়া ছানডে অন চাইকেল কাৰ্যসূচীৰ ২৫ সংখ্যক সংস্কৰণ কাইলৈ সমগ্ৰ দেশতে বিশেষ ত্ৰিৰংগ ৰেলী হিচাপে পালন কৰা হ'ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডাঃ মনসুখ মন্দাভিয়াই ৰাষ্ট্ৰীয় ৰাজধানীত এই বিশেষ কার্যসূচীত নেতৃত্ব দিব। অলিম্পিক পদক বিজেতা যোগেশ্বৰ দত্ত, আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজাৰু সৰ...

May 31, 2025 1:09 PM

views 45

চতুৰ্থ থাইলেণ্ড অপেন ইণ্টাৰনেচনেল বক্সিং প্রতিযোগিতাৰ ফাইনেলত ভাৰত কিৰণ-দীপক

ভাৰতৰ কিৰণ আৰু দীপকে চতুৰ্থ থাইলেণ্ড অপেন ইণ্টাৰনেচনেল বক্সিং প্রতিযোগিতাৰ নিজ নিজ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কিৰণে কালি মহিলাৰ ৮০ কিলোগ্ৰামৰ অধিক শাখাৰ ছেমি ফাইনেলক ইউক্রেইনৰ পোলিনা চেৰনেনক ৫-০ ফলাফলত পৰাভূত কৰে। একেদৰে দীপকে পুৰুষৰ ৭৫ কিলোগ্রাম ওজন শাখাত থাইলেণ্ডৰ পীৰাপট য়েচুক ৫-০ ফলাফলত পৰাস্ত ...

May 31, 2025 12:17 PM

views 34

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত মুম্বাই ইণ্ডিয়ানছৰ

মুম্বাই ইণ্ডিয়ানছে যোৱানিশা চণ্ডীগড়ত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২২৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে ২০ অভাৰত ৬টা উইকেটৰ ...

May 30, 2025 8:54 PM

views 49

ছিংগাপুৰ অ’পেন বেডমিণ্টনত ভাৰতৰ পুৰুষ যুটি ছাট্টিক আৰু চিৰাগৰ ছেমি ফাইনেলত প্ৰবেশ

ছিংগাপুৰ অ'পেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতীয় পুৰুষ যুটি ছাট্টিক সাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে শীৰ্ষ স্থানৰ মালয়েছিয়াৰ গ'হ জে ফেই আৰু নুৰ ইজুদ্দিনক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ছিংগাপুৰ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটীটোৱে বিশ্বৰ ১ নম্বৰ স্থানৰ মালয়েছিয়া...

May 30, 2025 10:11 AM

views 48

আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱানিশা চণ্ডীগড়ত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত পাঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰি আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে। বেংগালুৰুৱে ১০২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্ৰ ১০ অভাৰত দুটা উইকেট হেৰুৱাই ১০৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে প্রথম...

May 29, 2025 6:12 PM

views 53

সন্ধিয়া ৭.৩০ বজাত আই পি এলত প্লে অফত পঞ্জাৱ কিংছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

আই পি এল ক্রিকেট প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। মুল্লানপুৰত আজি হ'বলগীয়া প্ৰথমখন কোৱালিফায়াৰত পইণ্ট তালিকাৰ শীৰ্ষত থকা পঞ্জাৱ কিংছ দ্বিতীয় স্থানৰ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কাইলৈ হ'বলগীয়া এলিমিনেটৰ খেল...

May 29, 2025 12:28 PM

views 70

আই পি এল ক্রিকেট প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। মুল্লানপুৰত আজি হ'বলগীয়া প্ৰথমখন কোৱালিফায়াৰত পইণ্ট তালিকাৰ শীৰ্ষত থকা পঞ্জাৱ কিংছ দ্বিতীয় স্থানৰ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কাইলৈ এলিমিনেটৰ খেলৰ প্ৰতিযোগিতাৰ প...

May 29, 2025 12:25 PM

views 52

য়ুকি ভাম্বৰি, গেলোৱেৰ আৰু ৰোহন বোপান্না, পাৱেছকৰ যুটীটো ফ্রেন্স অ’পেনৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ

ভাৰতৰ য়ুকি ভাম্বৰি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰবাৰ্ট গেলোৱেই পেৰিচত অনুষ্ঠিত ফ্রেন্স অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ এখন সংঘৰ্ষপূৰ্ণ খেলত জয়লাভ কৰিছে। ভাম্বৰি আৰু গেলোৱেৰ যুটীটোৱে কালি প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ৰবিন হাছে আৰু হেনড্রিক জেবেন্‌ছৰ যুটীটোক ৬-৩, ৬-৭, ৬-৩ ছেটত পৰাস্ত কৰে। ...

May 28, 2025 9:33 PM

views 49

আই পি এলৰ কাইলৈ প্ৰথমখন কোৱালিফায়াৰত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু বনাম পঞ্জাব কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কাইলৈ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু, পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে পোনে পোনে ফাইনেলত প্ৰবেশ কৰিব। পৰাজিত দলটোৱে ফাইনেলত স্থান নিশ্চিত কৰাৰ আৰু এটা সুযোগ লাভ কৰিব। প্রতিযোগিতাৰ পইণ্ট তালিকাত তৃতীয় স্থানত থকা গুজৰা...