খেল

September 4, 2025 11:26 AM

views 67

ইংলেণ্ডৰ লিভাৰ পুলত আজি চলিত বৰ্ষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰম্ভ হ’ব

● ইংলেণ্ডৰ লিভাৰ পুলত আজি চলিত বৰ্ষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। এই প্রতিযোগিতাত ২০ জনীয়া ভাৰতীয় দলে অংশগ্রহণ কৰিব। এই চেম্পিয়নশ্বিপত অংশগ্ৰহণেৰে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা অসমৰ লাভলীনা বৰগোহাঁইয়ে এবছৰৰ বিৰতিৰ পিছত পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ ঘূৰি আহিব। দুবাৰকৈ বিশ্ব চে...

September 3, 2025 8:28 PM

views 73

ৰাজগীৰত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ

বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হৈছে। ভাৰত আজি ছুপাৰ ফ'ৰ পৰ্যায়ৰ প্ৰথমখন খেলত কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে আজি বিয়লি অনুষ্ঠিত এখন খেলত জাপানে চাইনিছ টাইপেইক ২-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। জ...

September 3, 2025 1:07 PM

views 43

উজবেকিস্তানত আজিৰে পৰা এফ আই ডি ই গ্ৰেণ্ড ছুইছ ডবা প্ৰতিযোগিতা

উজবেকিস্তানৰ সমৰখণ্ডত আজিৰে পৰা চলিত বৰ্ষৰ এফ আই ডি ই গ্ৰেণ্ড ছুইছ ডবা প্ৰতিযোগিতা আৰম্ভ হ'ব। ছিল্ক ৰোড প্ৰদৰ্শনী কেন্দ্ৰত আয়োজিত এই প্রতিযোগিতাখনত বিশ্বক্ৰমৰ চতুৰ্থ স্থানৰ ভাৰতীয় খেলুৱৈ আৰ প্রজ্ঞানানন্দক মুকলি শিতানত প্ৰথম বাছনিত স্থান দিয়া হৈছে। একে শিতানত ভাৰতৰ বিশ্ব ছেম্পিয়ন ডি . গুকেশ, অৰ্জ...

September 2, 2025 1:52 PM

views 28

ইউ এছ অপেন টেনিছৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত কাইলৈ টেইলৰ ফ্ৰীটজৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ন’ভাক জ’ক’ভিছ

ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত আৰ্থাৰ এছ ষ্টেডিয়ামত কাইলৈ ন’ভাক জ’ক’ভিছ টেইলৰ ফ্ৰীটজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ২৪ বাৰকৈ গ্ৰেণ্ড শ্লাম পৰ্যায়ৰ প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ দখল কৰা জ’ক’ভিছে প্রি-কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ জন লেনার্ড ষ্টাফক ৬-৩, ৬-৩, ৬-২ ফলাফলত পৰাস্ত ক...

September 2, 2025 1:35 PM

views 51

নতুন দিল্লীত অহা বছৰৰ আগষ্টত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছ

নতুন দিল্লীত অহা বছৰৰ আগষ্টত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছ অনুষ্ঠিত হ'ব। পেৰিছত অনুষ্ঠিত চলিত বৰ্ষৰ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছৰ সামৰণী অনুষ্ঠানত কালি বেডমিণ্টন ৱর্ল্ড ফেডাৰেচন, বি ডব্লিউ এফে এই সিদ্ধান্ত সদৰি কৰে। ২০০৯ চনত হায়দাবাদত ভাৰতে অন্তিমবাৰৰ বাবে এই আগশাৰীৰ প্ৰতিযোগিতাখনৰ আয়োজন কৰিছ...

September 2, 2025 1:33 PM

views 97

গুৱাহাটীত কাইলৈ কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন

অর্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে কাইলৈ অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ'ব। এই দিৱসৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি কালি ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত এখন সংবাদমেলত আয়োজক সংস...

September 1, 2025 11:39 AM

views 60

এছিয়া কাপ হকী প্রতিযোগিতাত ভাৰতে ছুপাৰ – ফ’ৰ পৰ্যায়ত প্ৰৱেশ

■ বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী প্রতিযোগিতাত জাপানক ৩-২ গলত পৰাস্ত কৰি ভাৰতে ছুপাৰ - ফ'ৰ পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতৰ হৈ মনদীপ সিঙে খেলখনৰ ৩ মিনিটতে প্ৰথমটো গ’ল দিয়ে। ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্রীত সিঙে অনবদ্য প্রদর্শন অব্যাহত ৰাখি দুটাকৈ গ'ল দিয়ে। ভাৰতীয় দলৰ গল ৰক্ষক কৃষ্ণা বাহাদুৰ পাঠক...

August 31, 2025 9:58 PM

views 64

অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ৰংপুৰ জিলা ক্রীড়া সন্থাৰ দিনজোৰা কাৰ্যসূচীৰে আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন

উত্তৰ-পূবৰ প্ৰথমগৰাকী অর্জুন বঁটা বিজয়ী এথলিট ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৩ ছেপ্তেম্বৰত উদযাপন কৰিবলগীয়া অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰংপুৰ জিলা ক্রীড়া সন্থাই শিৱসাগৰৰ জয়সাগৰত দিনজোৰা কাৰ্যসূচীৰে আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। ২০০৪ চনৰ এথেন্স অলিম্পিকত দেশক প্রতিনিধি...

August 31, 2025 9:53 PM

views 63

পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ জাপানক ৩-২ গ’লত পৰাস্ত

বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে আজি জাপানক ৩-২ গ'লত পৰাস্ত কৰে। হৰমনপ্রীত সিঙে দুটা গ'ল কৰাৰ বিপৰীতে মনদীপ সিঙে এটা গ'ল দিয়ে। জাপানৰ হৈ কোচেই কাৱাবে দুটা গ'ল কৰে । ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত চীনে কাজাখাস্তানক ১৩–১ গ'লত পৰাস্ত কৰে। এই প্ৰতিযোগিতাত বিজয়ী দলটোৱ...

August 31, 2025 10:56 AM

views 30

ভাৰতৰ ষোড়শ এছিয় শ্বুটিং চেম্পিয়নশ্বিপত ৫০ টা সোণৰ পদক দখলেৰে ঐতিহাসিক সাফল্য অর্জন

কাজাখস্তানৰ ছিমকণ্ডত অনুষ্ঠিত ষোড়শ এছিয় শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতে ৫০ টা সোণৰ পদকেৰে প্রতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শীর্ষ স্থান দখল কৰি ঐতিহাসিক সাফল্য অর্জন কৰিছে। ভাৰতে প্ৰতিযোগিতাত ২৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জসহ মুঠ ৯৯ টা পদক লাভ কৰিছে। কাজাখস্তান পদক তালিকাৰ দ্বিতীয় আৰু চীন তৃতীয় স্থান...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।