খেল

May 8, 2025 10:31 AM

views 22

আই পি এল ক্রিকেট প্রতিযোগিতাত কলকাতা নাইড ৰাইডাৰ্ছক ২ উইকেটত পৰাস্ত চেন্নাই ছুপাৰ কিংছৰ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে কলকাতা নাইড ৰাইডাৰ্ছক ২ উইকেটত পৰাস্ত কৰে। চেন্নাই ছুপাৰ কিংছে ১৮০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু ৪টা বলত ৮টা উইকেটৰ বিনিময়ত ১৮৩ ৰান সংগ্ৰহ কৰে। চেন্নাইৰ হৈ দি ৱাল্ড ব্ৰেভিছে সৰ্বাধিক ...

May 8, 2025 10:28 AM

views 43

ত্রিদেশীয় মহিলা এদিনীয়া ক্ৰিকেট শৃংখলাত দক্ষিণ আফ্ৰিকাক ২৩ ৰানত পৰাস্ত ভাৰতৰ; ফাইনেলত ভাৰত-শ্ৰীলংকা

ভাৰতৰ মহিলা ক্রিকেট দলে দক্ষিণ আফ্ৰিকাক ২৩ ৰানত পৰাস্ত কৰি চলিত ত্রিদেশীয় এদিনীয়া শৃংখলাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালি আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ উইকেটত ৩৩৭ ৰান কৰে। জেমিমা ৰড্ৰিগেছে সৰ্বাধিক ১২৩ আৰু দীপ্তি শৰ্মাই ৯৩ ৰান কৰে৷ প্ৰত্যুত্...

May 7, 2025 1:45 PM

views 68

আই পি এলত আজি কলকাতা নাইট ৰাইডাৰ্ছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে মুম্বাই ইণ্ডিয়ানছক ডাকৱৰ্থ-লেৱিছ-ষ্টাৰ্ণ চমুকৈ দি এল এছ পদ্ধতিৰে ৩ উইকেটত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৫৫ ৰান সংগ্ৰহ কৰে। দলৰ হৈ উইল জেকছে স...

May 6, 2025 7:05 PM

views 67

আই পি এলত আজি মুম্বাই ইণ্ডিয়ানছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। যোৱানিশা দেলহী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত হায়দৰাবাদত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে ইনিংছ ব্ৰেকৰ সময়ত পৰিত্যক...

May 6, 2025 8:43 AM

views 62

IPL: সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম গুজৰাট টাইটানছ

■ আই পি এল ক্রিকেট প্রতিযোগিতাৰ দেলহী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত যোৱা নিশা হায়দাবাদত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে ইনিংছ ব্ৰেকৰ সময়ত পৰিত্যক্ত ঘোষিত হয়। ফলত দুয়োটা দলেই এক পইণ্টকৈ লাভ কৰে যদিও প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা হায়দাবাদে বিদায় লয়। ইপিনে দেলহী কেপিটেলছ সম্প্ৰতি পইণ্ট তালিকা...

May 6, 2025 8:37 AM

views 36

টাইপেই অপেন বেডমিণ্টনত ভাৰতৰ হৈ কিদাম্বি শ্রীকান্তৰ লগতে উদীয়মান খেলুৱৈ অনমোল খাব আৰু উন্নতী হুডাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব

■ বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ কিদাম্বি শ্রীকান্তৰ লগতে উদীয়মান খেলুৱৈ অনমোল খাব আৰু উন্নতী হুডাই আজিৰ পৰা চীনা টাইপেইত আৰম্ভ হ'বলগীয়া চলিত বৰ্ষৰ টাইপেই অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। প্রতিযোগিতাত ভাৰতৰ আকর্ষি কাশ্যপে হুং য়ি-টিঙৰ বিৰুদ্ধে প্ৰথমখন খেল খেলি...

May 6, 2025 8:31 AM

views 69

আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ত জ্যোতি সুৰেখা ভেন্নম আৰু দীপিকা কুমাৰীয়ে দেশৰ প্ৰত্যাশাৰ ভৰ বহন কৰিব

● ভাৰতৰ শীৰ্ষস্থানৰ খেলুৱৈ জ্যোতি সুৰেখা ভেন্নম আৰু দীপিকা কুমাৰীয়ে আজিৰ পৰা চীনৰ ছাংহাইত হ'বলগীয়া চলিত বৰ্ষৰ আৰ্চাৰী বিশ্বকাপ প্রতিযোগিতাৰ দ্বিতীয় পৰ্যায়ত দেশৰ প্ৰত্যাশাৰ ভৰ বহন কৰিব। ভাৰতৰ ১৬ জনীয়া দলটোত ৮ গৰাকীকৈ পুৰুষ আৰু মহিলা খেলুৱৈ আছে। খেলুৱৈসকলে অহা ১১ মে'লৈ চলিবলগীয়া প্ৰতিযোগিতাখনৰ ক...

May 5, 2025 9:00 PM

views 44

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ দ্বিতীয় দিনা কাবাডী, আৰ্ছাৰী আৰু গাদকাৰ কেইবাখনো প্রতিযোগিতা অনুষ্ঠিত

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ দ্বিতীয় দিনা কাবাডী, আৰ্ছাৰী আৰু গাদকাৰ কেইবাখনো প্রতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ কালিৰ উদ্বোধনী অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে তেওঁৰ চৰকাৰে বাজেটত ক্ৰীড়াৰ বাবে নিৰ্ধাৰিত ধন ৰাশি বৃদ্ধি কৰিছে। অনুষ্ঠানত ভাষ...

May 5, 2025 5:00 PM

views 46

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ দ্বিতীয় দিনত ভিন্ন ৰাজ্যৰ খেলুৱৈৰ অংশগ্ৰহণ

■ বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ আজিৰ দ্বিতীয় দিনৰ প্ৰতিযোগিতাত ভিন ভিন ৰাজ্যৰ খেলুৱৈসকলে ছেপাক টাক্ৰ’, কাবাডী আৰু পৰম্পৰাগত সমৰকলা প্ৰতিযোগিতাত গটকাকে ধৰি বিভিন্ন খেলত অংশগ্ৰহণ কৰিছে। ৰাজগড় ক্রীড়া প্ৰকল্পত অনুষ্ঠিত ল'ৰাৰ কাবাড়ী প্ৰতিযোগিতাৰ এখন উত্তেজনাপূর্ণ খেলত অন্ধ্র প্রদেশে...

May 5, 2025 4:56 PM

views 44

IPL : সন্ধিয়া ৭.৩০ বজাত ডেলহী কেপিটেলছ বনাম ছানৰাইজাৰ্ছ হায়দাবাদ

● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি হায়দৰাবাদত ডেলহী কেপিটেলছ- ছানৰাইজাৰ্ছ হায়দাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ধৰ্মশালাৰ হিমাচল প্রদেশ ক্রিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাৱ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৩৭ ৰানত পৰাস্ত কৰে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।