কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই কালি নতুন দিল্লীত চলিত বৰ্ষৰ পুৰুষৰ এছিয়া কাপ হকী প্রতিযোগিতাৰ ট্ৰফী উন্মোচন কৰে। অহা ২৯ আগষ্টৰ পৰা এই প্ৰতিযোগিতাৰ খেলসমূহ আৰম্ভ হ’ব আৰু ৭ ছেপ্তেম্বৰত ইয়াৰ সামৰণি পৰিব।
Assamese | August 26, 2025 1:05 PM | Hockey India
চলিত বৰ্ষৰ পুৰুষৰ এছিয়া কাপ হকী প্রতিযোগিতাৰ ট্ৰফী উন্মোচন