খেল

April 29, 2025 11:06 AM

views 48

আই পি এল ক্রিকেটত গুজৰাট টাইটানছক ৮ উইকেটত পৰাস্ত ৰাজস্থান ৰয়েলছৰ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা এখন খেলত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক ৮ উইকেটত পৰাস্ত কৰে। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰাজস্থানে ২৫ টা বল বাকী থাকোতেই ২১০ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয়। যশস্বী জয়ছোৱালে ৪০ টা বলত ৭০ আৰু অধিনায়ক ৰিয়ান পৰাগে ১৫ টা বলত ৩২...

April 29, 2025 11:05 AM

views 42

আই পি এল ক্ৰিকেটত শতক অৰ্জন কৰা সর্বকনিষ্ঠ খেলুৱৈ বৈভৱ সূৰ্যবংশী

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ মাজৰ খেলখনত  ৰাজস্থানৰ বৈভৱ সূৰ্যবংশীয়ে কেইবাটাও অভিলেখ সৃষ্টি কৰিবলৈ সমৰ্থ হয়। ৩৮টা বলত ১০১ ৰান কৰা বৈভৱ আই পি এলৰ ইতিহাসত শতক অৰ্জন কৰা সর্বকনিষ্ঠ খেলুৱৈত পৰিণত হয়। তদুপৰি বৈভৱ প...

April 28, 2025 8:20 PM

views 40

দিল্লীত অনুষ্ঠিত এছিয়া যোগাসন ক্রীড়াত মৰিগাঁৱৰ স্পৃহা ঋষি কাশ্যপৰ দুটা সোণ; ৮৩টা সোণৰ পদকেৰে ভাৰত শীৰ্ষস্থানত

এছিয়া যোগাসন ক্রীড়া প্রতিযোগিতাত মৰিগাঁৱৰ স্পৃহা ঋষি কাশ্যপে দুটা সোণৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। দিল্লীত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতে সৰ্বমুঠ ৮৩টা সোণৰ পদকেৰে বিশেষ সফলতা প্রদর্শন কৰি পদক তালিকাত শীৰ্ষস্থান দখল কৰিছে। যোৱা ২৫ তাৰিখৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ খেলুৱৈ...

April 28, 2025 8:18 PM

views 17

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ সামৰণি, শীৰ্ষ স্থানত প্ৰাগ নিউজৰ জ্ঞানৰঞ্জন বৰা

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত ৰাধা গোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পত আয়োজিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰে। প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত প্ৰাগ নিউজৰ জ্ঞানৰঞ্জন বৰাই শীর্ষ স্থান দখল কৰে। আছাম ট্ৰিবিউনৰ শিৱাশিষ ঠাকুৰে দ্বিতীয় স্থান দখল কৰিবলৈ সমৰ্থ হয়। প্ৰাগ নিউজৰ ৰঞ্জিত ৰায়ে তৃতীয় স্থান লাভ ...

April 28, 2025 12:53 PM

views 105

৮৩ টা সোণৰ পদকেৰে এছিয়া যোগাসন ক্রীড়া প্রতিযোগিতাত ভাৰতৰ বিশেষ সফলতা

এছিয়া যোগাসন ক্রীড়া প্রতিযোগিতাত ভাৰতে ৮৩টা সোণৰ পদকেৰে বিশেষ সফলতা প্ৰদৰ্শন কৰি পদক তালিকাত শীর্ষস্থান দখল কৰিছে। কালি দিল্লীত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতে তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে মুঠ ৮৭টা পদক লাভ কৰে। প্ৰতিযোগিতাখনত জাপানে ৩টা সোণ, ৩টা ৰূপ আৰু ওমান ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাত ...

April 28, 2025 12:50 PM

views 57

আই পি এলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দেলহী কেপিটেলছৰ হাতত ৬ উইকেটত পৰাজিত

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হোৱা এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দেলহী কেপিটেলছক ৬ উইকেটত পৰাজিত কৰে। দেলহী কেপিটেলছে বান্ধি দিয়া ১৬৩ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ১৮ অভাৰ আৰু ৩টা বলতেই ৪ উইকেটৰ বিনিময়ত ১৬৫ ৰান কৰি ...

April 27, 2025 11:49 AM

views 42

ছুদীৰমন কাপ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় দলৰ নেতৃত্বত পি ভি সিন্ধু আৰু লক্ষে সেন

পি ভি সিন্ধু আৰু লক্ষে সেনে আজিৰে পৰা চীনৰ শ্বিয়ামেনত অনুষ্ঠিত হ'বলগীয়া ছুদীৰমন কাপ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। ভাৰত, ডেনমার্ক, ইণ্ডোনেছিয়া আৰু ইংলেণ্ডক প্রতিযোগিতাৰ গ্ৰুপ-ডিত স্থান দিয়া হৈছে। গ্ৰুপৰ প্ৰথম দুটা দলে প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিব। এই প্রতিয...

April 27, 2025 11:42 AM

views 62

আই পি এল ক্রিকেটঃ পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মাজত অনুষ্ঠিত খেল বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গার্ডেনছত পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মাজত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। কলকাতা নাইট ৰাইডাৰ্ছে ২০২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এক অভাৰত এটাও উইকেট নেহেৰুওৱাকৈ ৭ ৰান সংগ্ৰ কৰা অৱস্থাত বৰষুণে খেলখনত বিধিপথালি দি...

April 26, 2025 9:31 PM

views 47

আইজলৰ মুৱালপুইৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামৰ পৰা প্ৰথম আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন আৰম্ভ

আইজলৰ মুৱালপুইৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামৰ পৰা আজি পুৱাৰ ভাগত প্ৰথম আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন আৰম্ভ হয়। এই কাৰ্যসূচীত ২,৫০০ তকৈও অধিক লোকে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ বিভিন্ন শিতানত মুঠ ১০ লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হয়। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙে ভৱিষ্যতত ব্...

April 26, 2025 8:59 PM

views 49

গুৱাহাটী চিটী ফুটবল ক্লাবে গুৱাহাটীত এটা উন্নতমানৰ আৱাসিক ফুটবল একাডেমী আৰম্ভ কৰাৰ কথা ঘোষণা

গুৱাহাটী চিটী ফুটবল ক্লাবে গুৱাহাটীত এটা উন্নতমানৰ আৱাসিক ফুটবল একাডেমী আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। মহানগৰীৰ গড়চুকত থকা কাজিৰঙা ইংলিছ একাডেমীৰ চৌহদত উন্নতমানৰ ফুটবল একাডেমীটো গঠন কৰা হ’ব বুলি ক্লাব কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। একাডেমীটোত ছাত্র-ছাত্রীসকলে একেলগে একেটা চৌহদত চি বি এছ ই পাঠক্রমৰ অধীনত শিক্ষ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।