ভাৰতীয় হকী দলে মহিলাৰ এছিয়া কাপ ২০২৫ প্ৰতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। আজি ছিংগাপুৰত ১২.০ গলৰ বাৱধানত পৰাস্ত কৰাৰ পাছতে ভাৰত ছুপাৰ ফ’ৰলৈ আগবাঢ়ে। ভাৰতৰ হৈ নৱনীত আৰু মুমতাজে হেট্ৰিক গল কৰে। অহা ১০ ছেপ্তেম্বৰত ভাৰতে পুল-এৰ দ্বিতীয় স্থানত থকা দলটোৰ বিৰুদ্ধে ছুপাৰ ফ’ৰ পৰ্যায়ত অৱতীৰ্ণ হ’ব।
Assamese | September 8, 2025 10:56 PM | Asia Cup Hockey | Indian Sports | SPORTS
মহিলাৰ এছিয়া কাপ ২০২৫ প্ৰতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়লৈ ভাৰতীয় হকী দলৰ যোগ্যতা অৰ্জন