July 9, 2024 8:11 PM
49
গগন নাৰঙক পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া খেলুৱৈ দলৰ ছেফ দ্যা মিছন হিচাপে ঘোষণা
ভাৰতীয় অলিম্পিক সংস্থাই অলিম্পিকত চাৰিবাৰকৈ অংশগ্ৰহণ কৰা তথা ২০১২ চনৰ অলিম্পিক ক্ৰীড়া মহোৎসৱত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰা গগন নাৰঙক ২৬ জুলাইৰ পৰা হ'বলগীয়া চলিত বৰ্ষৰ পেৰিছ অলিম্পিকত ভাগ ল'বলগীয়া খেলুৱৈ দলৰ ছেফ দ্যা মিছন হিচাপে ঘোষণা কৰিছে। নাৰঙে এম চি মেৰিকমৰ ঠাইত এই...