খেল

September 1, 2024 7:25 PM

views 42

অভিৰুচী ক্রীড়া দিৱস উপলক্ষে শিৱসাগৰত উজনি অসম-ভিত্তিক সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন

ৰাজ্যত অহা ৩ ছেপ্তেম্বৰত হ'বলগীয়া অভিৰুচী ক্রীড়া দিৱসৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰত ৰংপুৰ জল ক্রীড়া সন্থাই উজনি অসম-ভিত্তিক এখন সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। প্ৰতিযোগিতাত নামৰূপ, তিনিচুকীয়া, দুলীয়াজান, মৰাণ, সাপেখাটী, সোণাৰি, শিৱসাগৰকে ধৰি উজনি অসমৰ ১০টা সাঁতোৰ সন্থাৰ সৰ্বমুঠ ১৯২গৰাকী প্ৰতিযো...

September 1, 2024 7:17 PM

views 69

১৯ বছৰৰ অনুৰ্ধৰ ভাৰত আৰু অষ্ট্ৰেলিয়া ক্রিকেট প্রতিযোগিতাৰ মাল্টি ফৰমেট হোম ছিৰিজৰ সময়সূচী ঘোষণা

ভাৰতীয় ক্রিকেট কন্ট্রল বোর্ড -বি চি চি আইয়ে কালি ১৯ বছৰৰ অনুৰ্ধৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হবলগীয়া ক্রিকেট প্রতিযোগিতাৰ মাল্টি ফৰমেট হোম ছিৰিজৰ সময়সূচীৰ ঘোষণা কৰে। জুনিয়ৰ বাচনি সমিতিয়ে ৩ খন ৫০ অভাৰৰ খেল আৰু ২ খন চাৰিদিনীয়া খেলৰ বাবে ১৯ বছৰৰ অনুৰ্ধৰ খেলুৱৈসকলক বাচনি কৰি উলিয়াইছে। ম...

September 1, 2024 7:06 PM

views 54

পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইছ ৱান শিতানত ব্ৰঞ্জ জয়ী ৰুবিনা ফ্ৰান্সিছক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ক্ৰীড়া মন্ত্ৰীৰ অভিনন্দন

ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ আজি পেৰিছ পেৰালিম্পিকৰ চতুৰ্থ দিনা বিভিন্ন শিতানৰ পদকৰ যুঁজত অৱতীৰ্ণ হৈছে। ৰবি ৰংগোলীয়ে পুৰুষৰ শ্বটপুটত পঞ্চম স্থানত থমকি ৰব লগা হয়। আনহাতে নিশাদ কুমাৰে নিশা প্ৰায় ১০ বাজি ৪০ মিনিটত পুৰুষৰ হাই জাম্পৰ টি-ফৰ্টি চেভেন শিতানৰ ফাইনেলত অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মু...

September 1, 2024 1:09 PM

views 39

নর্থ ইষ্ট ইউনাইটেড এফ চিৰ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খিতাপ দখল

নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত ফাইনেলত গুৱাহাটীৰ দলটোৱে বিগত বৰ্ষৰ ছেম্পিয়ন তথা আই এছ এলৰ লীগৰ খিতাপ বিজয়ী মোহন বাগান দলক টাইব্রেকাৰত ৪-৩ গলৰ ব্যৱধানত পৰাজিত কৰে। উল্লেখযোগ্য যে, এই প্রতি...

September 1, 2024 1:02 PM

views 44

জাৰ্মানীত অনুষ্ঠিত বধিৰ শ্বুটি চেম্পিয়নশ্বিপত ভাৰত এটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ

জাৰ্মানীৰ হানোৱাৰত অনুষ্ঠিত বধিৰ শ্বুটি চেম্পিয়নশ্বিপত ভাৰতে এটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকসহ মুঠ চাৰিটা পদক লাভ কৰিছে। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত অনুয়া প্ৰসাদে সোণৰ পদক লাভ কৰে । অভিনৱ দেশৱালে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ৰূপৰ পদক লাভ কৰে। আনহাতে অভিনৱ দেশৱালে শুভম বশিষ্ট আৰু চেতন...

September 1, 2024 12:55 PM

views 43

পেৰিছ পেৰালিম্পিকত ভাৰত আজি পুৰুষৰ শ্বটপুট, হাই জাম্পকে ধৰি  কেইটামান শিতানত পদকৰ বাবে যুঁজিব

ভাৰতে পেৰিছ পেৰালিম্পিকৰ আজি চতুর্থ দিনা কেইটামান শিতানত পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। ৰবি ৰংগোলীয়ে পুৰুষৰ শ্বটপুটৰ এফ ফৰ্টি শিতানৰ ফাইনেলত দেশৰ হকে প্রতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে পুৰুষৰ হাই জাম্পত টি-ফর্টি চেভেন শিতানত নিশাদ কুমাৰে পদকৰ দৌৰত অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্...

August 31, 2024 8:30 PM

views 41

মৰিগাঁৱৰ চাৰণ বিলত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত

মৰিগাঁও জিলাৰ চাৰণ বিলত আজি ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ লগত সংগতি ৰাখি আজি পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে। চাৰণ বিল কেন'য়িং আৰু কায়াকিং জলক্রীড়া ক্ষেত্ৰত অনুষ্ঠিত প্রতিযোগিতাখন মন্ত্রী নন্দিতা গালোচাই উদ্বোধন কৰে। অনুষ্ঠানত ক্রীড়া বিভাগৰ উচ্চ পদ...

August 31, 2024 7:48 PM

views 58

পেৰিছ পেৰালিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইচ ৱান শিতানত ভাৰতৰ ৰুবিনা ফ্ৰান্সিছৰ ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ ৰুবিনা ফ্ৰান্সিছে পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইচ ৱান শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ফাইনেলত ২১১ দশমিক ১ পইণ্টেৰে ব্ৰঞ্জৰ পদক হস্তগত কৰে। ইৰাণৰ এছ জৱানমদিয়ে এই শিতানত সোণৰ আৰু তুৰস্কৰ এ ওজগানে ৰূপৰ পদক লাভ কৰে। ভাৰতে প্ৰতিযোগিতাত বৰ্তমানলৈকে এটা সোণ...

August 31, 2024 6:02 PM

views 67

১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চি মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ

নর্থ ইষ্ট ইউনাইটেড এফ চি আজি সন্ধিয়া কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াঙ্গনত হ'বলগীয়া ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ১৭ বাৰকৈ ডুৰাণ্ড কাপৰ খিতাপ অৰ্জন কৰা মোহন বাগানে এইবাৰ ১৮ বাৰৰ বাবে ছেম্পিয়নশ্বিপ দখল কৰাৰ বাবে প্ৰয়াস চলাব। উল্লেখযোগ্য যে...

August 31, 2024 12:42 PM

views 52

পেৰুৰ লিমাত অনুষ্ঠিত ২০ বছৰ অনূৰ্ধ্ৱৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ আৰতীৰ ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ আৰতীয়ে পেৰুৰ লিমাত অনুষ্ঠিত ২০ বছৰৰ অনূৰ্ধ্ৱৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ মহিলাৰ ১০ হাজাৰ মিটাৰ বেগাই খোজকাঢ়া প্রতিযোগিতাত ২০ বছৰ অনূৰ্ধ্ৱৰ ৰাষ্ট্ৰীয় অভিলেখৰ সময়ৰে ব্ৰঞ্জৰ পদক অর্জন কৰিছে। আৰতীয়ে কালি ৪৪ মিনিট আৰু ৩৯ দশমিক ৩-৯ ছেকেণ্ডত দূৰত্ব অতিক্ৰম কৰি প্ৰতিযোগিতাত দেশৰ হকে প্রথমটো প...