আঞ্চলিক সংবাদ

December 5, 2025 6:36 PM

views 45

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ১২ ডিচেম্বৰৰ ভিতৰত এছ আই টিৰ অভিযোগনামা দাখিলৰ সম্ভাৱনা

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী গোট এছ আই টিয়ে এই গোচৰৰ তদন্ত প্রক্রিয়া প্রায় সম্পূৰ্ণ কৰিছে আৰু ১২ ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে এছ আই টিয়ে বৃহৎ সংখ্যক সাক্ষ্য প্রমাণ লাভ কৰ...

December 5, 2025 2:41 PM

views 60

মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰ’ আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অভিযানত ৬ কেজি মেথামফেটামাইনৰ লগতে ৮ সৰবৰাহকাৰীক আটক

মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰ' আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে মিজোৰামৰ আইজলৰ সমীপত অভিযান চলাই যোৱা বুধবাৰে প্ৰায় ৬ কেজি মেথামফেটামাইনৰ লগতে ৮ জন সৰবৰাহকাৰীক আটক কৰে। ইয়াৰে জবৰুল হক নামৰ কৰিমগঞ্জৰ নিবাসীজন এই মাদকদ্রব্য সৰবৰাহ চক্ৰৰ মূল অভিযুক্ত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই লোকজনৰ বিৰুদ...

December 5, 2025 1:07 PM

views 56

উমৰাংছ’ত জিলাখনৰ প্ৰথমখন ষ্টেডিয়াম মুকলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাচাওৰ উমৰাংছ'ত আজি অসম ক্রিকেট সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা জিলাখনৰ প্ৰথমখন ষ্টেডিয়াম মুকলি কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই ষ্টেডিয়ামখন মুকলি কৰিব। সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সুবিধাৰে সমৃদ্ধ এই ষ্টেডিয়ামত ১৫ হাজাৰ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। প্...

December 5, 2025 2:49 PM

views 49

দৰং জিলা পৰিবহন বিভাগৰ উদ্যোগত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী গ্ৰহণ

● দৰং জিলা পৰিবহন বিভাগৰ উদ্যোগত আজি জিলাখনৰ ঠায়ে ঠায়ে বেনাৰ, পোষ্টাৰ আদি লগাই পথ সুৰক্ষা সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শীতৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে ঘন কুঁৱলিৰ ফলত পথসমূহত প্রায়ে দুর্ঘটনা সংঘটিত হয়। এনে সময়তে বন ভোজৰ দলসমূহৰো বহু গাড়ী দুৰ্ঘটনাত পতিত হোৱা দেখা যায়। সেয়েহে জিলাখনৰ পৰিবহন বিষ...

December 5, 2025 2:46 PM

views 52

ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত ছহিদ দিৱস পালন কৰা হ’ব

● ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত ছহিদ দিৱস পালন কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ ছহিদসকলৰ স্মৃতিত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। পূৰ্বতে গৃহমন্ত্রী অমিত শ্বাহ এই কার্যসূচীলৈ অহাৰ কথা আছিল যদিও এতিয়া স্মাৰক ক্ষেত্ৰ উদ্বোধন...

December 5, 2025 2:37 PM

views 47

ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ নগাঁও জিলা প্রশাসনৰ

● নগাঁও জিলা প্রশাসনে আজি ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাইছে। প্রশাসনে ৪ খন বুলডজাৰৰ সহায়ত প্রায় ৩৮ বিঘা ভূমিত অবৈধভাৱে বাস কৰা ৭৫টা পৰিয়ালক উচ্ছেদ কৰাৰ বাবে অভিযান চলাইছে। এই উচ্ছেদ অভিযান যাতে সুচাৰুৰূপে সম্পন্ন হয়, তাৰবাবে আৰক্ষী, অৰ্ধসামৰিক বাহিনী সাজু কৰি ৰখা হ...

December 5, 2025 2:35 PM

views 48

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত বিজেপিয়ে সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছেঃ মুখ্যমন্ত্রী

● সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত বিজেপিয়ে সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তামুলপুৰত কালি সাংবাদিকৰ আগত এই কথা সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে তেওঁৰ অসম ভ্ৰমণৰ সময়ত ২০২৬-ৰ বিধানসভা নিৰ্বাচন...

December 5, 2025 12:25 PM

views 50

জনজাতিকৰণৰ বিৰোধিতাৰে অহা এমাহলৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে কোনোধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰে

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে অহা এমাহলৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে কোনোধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰে বুলি কালি সমিতিৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীয়ে জানিবলৈ দিয়ে। কালি দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডাঃ ৰণোজ পেণ্ডৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত সমিতিয়ে এই...

December 5, 2025 12:22 PM

views 57

দুদিনীয়া ভ্রমণসূচীৰে ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ২০ ডিচেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। প্রধানমন্ত্ৰীয়ে এই ভ্রমণকালত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। একেদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰ...

December 5, 2025 12:15 PM

views 63

আজি বিয়লি ৩ বাজি ৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান

■ আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডত ৰূপায়িত চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আমগুৰি খণ্ড উন্নয়ন বিষয়া ৰাতুল গগৈৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।