জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী গোট এছ আই টিয়ে এই গোচৰৰ তদন্ত প্রক্রিয়া প্রায় সম্পূৰ্ণ কৰিছে আৰু ১২ ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে এছ আই টিয়ে বৃহৎ সংখ্যক সাক্ষ্য প্রমাণ লাভ কৰাৰ লগতে প্রায় তিনি হাজাৰ পৃষ্ঠাৰ অভিযোগনামা সাজু কৰিছে আৰু নিৰ্ধাৰিত সময়ৰ পূর্বেই ইয়াক দাখিল কৰা হ’ব।
Assamese | December 5, 2025 6:36 PM | Justice for jubeen garg
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ১২ ডিচেম্বৰৰ ভিতৰত এছ আই টিৰ অভিযোগনামা দাখিলৰ সম্ভাৱনা