July 18, 2026 7:09 PM
5
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আজি শিল্পীগৰাকীৰ প্ৰতিবেশী অমিত বৰুৱা, অপৰাধ অনুসন্ধান বিভাগৰ দুগৰাকী বিষয়া অভিজিৎ হাজৰিকা আৰু ৰজত দে’ই আদালতত সাক্ষ্য দিয়ে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অমিত বৰুৱাক জেৰা কৰে। অৱশ্যে অন্য অভিযুক্তসকলৰ অধিবক্তাই অপৰাধ অনুসন্ধান বিভাগৰ বিষয়া দুগৰাকীক জেৰাৰ পৰা বিৰত থাকে। উল্লেখযোগ্য যে আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত শিল্পীগৰাকীৰ কাহি...