বতৰ

September 20, 2026 8:23 PM

views 7

শেহতীয়া প্রাকৃতিক দুর্যোগসমূহে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ এক সুসংহত জলবায়ু কার্যপ্রণালীৰ প্রয়োজনীয়তাক স্পষ্ট কৰি দিয়া বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ প্ৰকাশ

শেহতীয়াকৈ সংঘটিত প্রাকৃতিক দুর্যোগসমূহে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ এক সুসংহত জলবায়ু কার্যপ্রণালীৰ প্রয়োজনীয়তাক স্পষ্ট কৰি দিয়া বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সন্ধিয়া জলবায়ুৰ দিশ তথা পৰিবেশৰ ভবিষ্যৎ সন্দৰ্ভত আয়োজিত এখন আলোচনাসত্ৰৰ সামৰণি অনুষ্ঠানত ভাষণ দি ৰ...

September 6, 2026 8:13 PM

views 3

স্থানীয় জৈৱ বৈচিত্র্য আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ কেন্দ্ৰীয় পৰিবেশ মন্ত্রী ভূপেন্দ্র যাদবৰ আহ্বান

কেন্দ্ৰীয় পৰিবেশ মন্ত্রী ভূপেন্দ্র যাদবে স্থানীয় জৈৱ বৈচিত্র্য আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে। চণ্ডীগড়ত ৰাজ্যিক জৈৱিক বৈচিত্র্য বর্ড আৰু কেন্দ্রীয় শাসিত অঞ্চল জৈৱ বৈচিত্র্য পৰিষদৰ ষষ্ঠদশ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে...

August 2, 2026 8:17 PM

views 18

কেৰালামৰ কেইবাখনো জিলাত বৰষুণৰ পৰিমাণ সামান্য হ্রাস হোৱাত জনসাধাৰণৰ সকাহ লাভ

কেৰালামৰ কেইবাখনো জিলাত শেহতীয়াকৈ নিৰৱচ্ছিন্নভাৱে হোৱা বৰষুণে জনজীবন বিঘ্নিত কৰাৰ এদিন পাছত পৰিস্থিতি সামান্য উন্নত হৈছে। উল্লেখযোগ্য যে বৰষুণৰ পৰিমাণ সামান্য হ্রাস হোৱাত জনসাধাৰণে সকাহ লাভ কৰিছে। দেশৰ বতৰ বিজ্ঞান বিভাগে আজি ৰাজ্যখনৰ ১২খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু আন দুখন জিলাত ইয়ান্ন' এলার্ট জাৰি কৰি...

July 12, 2026 9:26 PM

views 65

পৰিবেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপনৰ প্ৰয়োজনীয়তাত কেন্দ্রীয় মন্ত্রী শিৱৰাজ সিং চৌহানৰ গুৰুত্ব আৰোপ

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যত নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপণ কৰাতো অত্যন্ত প্রয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত বৃক্ষ মিত্র কার্যসূচী আৰু পৰিবেশ সংৰক্ষণ সংকল্প অনুষ্ঠানত ভাষণ দি শ্রীচৌহানে কয় যে, আজি সমগ্র বিশ্ব জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃ...

July 5, 2026 10:14 AM

views 26

অসমৰ ১৬ খন জিলাত প্ৰচণ্ড গৰমৰ সতর্কবাণী

গুৱাহাটী বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ ১৬ খন জিলাত প্ৰচণ্ড গৰমৰ সতর্কবাণী জাৰী কৰিছে। ইয়াৰ ভিতৰত কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, দৰং, হোজাই, লখিমপুৰ, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ধেমাজি জিলা আছে। বতৰ বিজ্ঞান কেন্দ্রই এই জিলা কেইখনত ...

June 21, 2026 7:13 PM

views 24

ৰাজ্যৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনীৰে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা সাত দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনীৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে বিশেষকৈ কাইলৈৰ পৰা ২৪ জুনৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, ...

June 15, 2026 1:31 PM

views 27

বতৰৰ বতৰা-

♦ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।...

December 30, 2025 7:20 PM

views 76

শীতৰ প্ৰকোপৰ বাবে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ বন্ধ ৰখাৰ বাবে শিক্ষা বিভাগৰ নিৰ্দেশ জাৰি

শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ কাইলৈৰ পৰা অহা ৬ জানুৱাৰীলৈ বন্ধ ৰখাৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ বিদ্যালয়খনৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই নির্দেশ জাৰি কৰিছে। জিলাখনৰ আয়ুক্তৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা এই সিদ্ধান্ত ...

November 30, 2025 11:25 AM

views 76

ডিট্ৰা ঘূৰ্ণী বতাহৰ পৰিপ্ৰেক্ষিতত তামিলনাড়ু, পুডুচেৰী, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলভাগত ৰেড এলার্ট জাৰি

দক্ষিণ-পশ্চিম বংগোপ সাগৰ আৰু ইয়াৰ গাতে লাগি থকা উত্তৰ শ্ৰীলংকা আৰু তামিলনাডুৰ উপকূল ভাগত সৃষ্টি হোৱা ডিট্ৰা নামৰ ঘূৰ্ণী বতাহজাকে বিগত ছয় ঘণ্টাত প্রতিঘণ্টাত পাঁচ কিলোমিটাৰ বেগেৰ উত্তৰৰ দিশে গতি কৰিছে আৰু বতাহজাক সম্প্ৰতি পুডুচেৰীৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ দক্ষিণ-দক্ষিণপূবত আৰু চেন্নাইৰ পৰা ২৫০ কিলো...

November 27, 2025 12:57 PM

views 87

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পৰৱৰ্তী সময়ত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৮ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।