উত্তৰ-পূৰ্বাঞ্চল

July 23, 2025 7:19 PM

views 67

আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ উপলক্ষে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° পালিৱাল গৌড়ৰ শ্বিলঙত আয়োজিত সংগীতানুষ্ঠানত অংশগ্ৰহণ

অসম আৰু মেঘালয়ত পাঁচদিনীয়া ভ্রমণসূচীৰে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° পালিৱাল গৌড়ে শ্বিলঙত আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এটা সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰে। কাইলৈ তেওঁ শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহত কাম-কাজৰ পৰ্যালোচনা কৰিব। ২৫ জুলাইৰ বিয়লি ড° পালিৱাল গৌড় গুৱাহাটীলৈ আহিব আৰু ২...

July 23, 2025 6:33 PM

views 44

মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ দেহাৱসান

● মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ আজি পুৱতি নিশা ইম্ফলৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। ভাৰতীয় নাট্য সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়োৱা নাট্যকাৰগৰাকীয়ে সমসাময়িক প্রেক্ষাপটত প্রাচীন ভাৰতীয় ঐতিহ্যক আধাৰ হিচাপে ল...

July 23, 2025 1:29 PM

views 56

উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা সন্দৰ্ভত অসম আৰু নাগালেণ্ডৰ তিনিখন জিলাৰ শীৰ্ষ বিষয়াসকলৰ মাজত বৈঠক

উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা সন্দৰ্ভত সৰুপথাৰ আৱৰ্ত ভৱনত কালি অসম আৰু নাগালেণ্ডৰ তিনিখন জিলাৰ শীৰ্ষ বিষয়াসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰেংমা বনাঞ্চলৰ উৰিয়ামঘাটত চলিবলগীয়া উচ্ছেদ অভিযানত নাগালেণ্ডৰ নিউলেণ্ড আৰু উত্থা জিলা প্রশাসনে সম্পূর্ণ সহযোগিতা আগ...

July 23, 2025 12:30 PM

views 51

ভাৰতৰ বহনক্ষম ফেশ্বন বিপ্লৱৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত উত্তৰ-পূবৰ অপৰিসীম সম্ভাৱনা আছেঃ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া

ভাৰতৰ বহনক্ষম ফেশ্বন বিপ্লৱৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত উত্তৰ-পূবৰ অপৰিসীম সম্ভাৱনা আছে। উত্তৰ পূৱৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডক শক্তিশালী কৰাৰ বাবে আয়োজন কৰা উচ্চ পৰ্যায়ৰ টাস্ক ফ'ৰ্চৰ বৈঠকত ভার্চুৱেলি অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় যোগাযোগ আৰু উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি...

July 23, 2025 12:20 PM

views 50

মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ দেহাৱসান

মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ আজি পুৱতি নিশা ইম্ফলৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। ভাৰতীয় নাট্য সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়োৱা নাট্যকাৰগৰাকীয়ে সমসাময়িক প্রেক্ষাপটত প্রাচীন ভাৰতীয় ঐতিহ্যক আধাৰ হিচাপে লৈ ...

July 5, 2025 5:18 PM

views 30

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে প্ৰায় ৩৫০টা আশ্রয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে ৰাজ্যখনৰ থকা প্ৰায় ৩৫০টা আশ্রয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব পি কে সিঙে কালি ইম্ফলত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয়, যে ২০২৩ চনৰ পৰা ৰাজ্যখনত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱা লোকসকলৰ বাবে স্থাপন কৰা এই আশ্রয় শিবিৰসমূহত থকা ...

June 29, 2025 8:15 PM

views 42

কাছাৰৰ কাটিগড়াত দুজন বাংলাদেশী নাগৰিকক আটক

কাছাৰৰ কাটিগড়াত আজি পুৱা দুজন বাংলাদেশী নাগৰিকক আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হ'বলৈ চেষ্টা কৰি থকা অৱস্থাত আটক কৰা হয়। কাটিগড়া সীমান্তত চলাচল কৰি থকা তিনিজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ দুজনক স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে আটক কৰে যদিও এজন পলায়ন কৰিবলৈ সমৰ্থ হয়। আটক কৰা লোকদুজন কেইবা বছৰ পূৰ্বে অ...

June 15, 2025 1:17 PM

views 57

কৈলাশ মানসৰোবৰ যাত্ৰাৰ প্রথমটো তীর্থযাত্রী দল ছিকিমৰ গেংটকত উপস্থিত

কৈলাশ মানসৰোবৰ যাত্ৰালৈ যাবলগীয়া তীর্থযাত্রীৰ প্রথমটো দল আজি ছিকিমৰ গেংটকত উপস্থিত হ'ব। ছিকিম চৰকাৰে তীৰ্থ যাত্ৰীসকলক আদৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে এইবাৰ পাঁচ বছৰৰ বিৰতিত অহা ২০ জুনত কৈলাশ মানসৰোবৰ যাত্ৰা আৰম্ভ হ'ব। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত পর্যটন আৰু অসামৰিক বিমান পৰিবহন ...

June 8, 2025 8:48 PM

views 55

মণিপুৰৰ পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবল, বিষ্ণুপুৰ আৰু কাকসিং জিলাত ইণ্টাৰনেট  সেৱা বন্ধ

মণিপুৰত চিবিআইয়ে যোৱা নিশা আৰাম্বাই টেংগল নামৰ বিদ্রোহী সংগঠনটোৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ৰাজ্যখনৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলাত সাধাৰণ জনতাই হিংসাত্মক প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ইয়াৰ পিছতেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে যোৱা নিশা ১১ বাজি ৪৫ মিনি...

June 8, 2025 8:42 PM

views 58

মণিপুৰত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত জড়িত ৩ জন বিদ্ৰোহীক এন আই এৰ গ্ৰেপ্তাৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এন আই এ মণিপুৰত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত জড়িত ৩ জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিছে। এই তিনিওজন বিদ্ৰোহীয়ে যোৱা বছৰ ১৭ জানুৱাৰীত মণিপুৰ মোৰেত ভাৰতীয় সংৰক্ষিত বাহিনীৰ এটা নিৰাপত্তা চাউনীত আক্ৰমণ সংঘটিত কৰাৰ লগতে এটা তহলদাৰী গোটৰ ওপৰতো আক্ৰমণ সংঘটিত কৰিছিল। এই ঘটনাত দু...