উত্তৰ-পূৰ্বাঞ্চল

October 19, 2025 2:26 PM

views 103

নাগালেণ্ডৰ নেচনেল ডেমক্রেটিক প্রগ্রেছিভ পার্টীয়ে নাগা পিপলছ ফ্রন্ট, এন পি এফৰ সৈতে একত্ৰিত হৈ সুকীয়া আঞ্চলিক দল গঠনৰ সিদ্ধান্ত

নাগালেণ্ডৰ নেচনেল ডেমক্রেটিক প্রগ্রেছিভ পার্টী চমুকৈ এন ডি পি পি নামৰ ৰাজনৈতিক দলটোৱে নাগা পিপলছ ফ্রন্ট, এন পি এফৰ সৈতে একত্ৰিত হৈ এটা সুকীয়া আঞ্চলিক দল গঠনৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই একত্ৰিকৰণৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' নাগা পিপলছ ফ্র'ণ্টৰ বিধায়িনী দলৰ নেতা হিচাপে নির্বাচিত হৈছে। শেহতী...

October 14, 2025 11:48 AM

views 106

শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণ মণিপুৰৰ ৰাজ্যপালৰ

● মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণৰ বাবে পাঁচজনীয়া সদস্যৰে এখন সমিতি গঠন কৰিছে। এই সমিতিখনে ঐতিহাসিক ৰাজভৱনটোৰ প্ৰদৰ্শনী প্ৰেক্ষাগৃহ আৰু গেলেৰী প্ৰদৰ্শনী সামগ্ৰীসমূহ নিৰীক্ষণ কৰিব। মাহুদৰ সঞ্চালক নাংগম উত্তম সিঙৰ নেতৃ...

October 8, 2025 12:25 PM

views 61

বিত্তীয় খেলিমেলি সন্দৰ্ভত চিআইডিৰ কাৰ্যালয়ত শ্যামকানু মহন্তক ইডিৰ জেৰা

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ সমান্তৰালভাৱে সংঘটিত বৃহৎ বিত্তীয় খেলিমেলি সন্দৰ্ভতো তদন্ত অব্যাহত আছে। এই উদ্দেশ্যে কালি চি আই ডিৰ কাৰ্যালয়ত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ দল উপস্থিত হৈ শ্যামকানু মহন্তক দীঘলীয়া সময় জুৰি পুনৰ জেৰা কৰে। ই ডিৰ গুৱাহাটী মণ্ডলৰ বিষয়াই কালি নিশাৰ ভাগত চি আই ডিৰ কাৰ...

October 5, 2025 7:31 PM

views 68

বড়োভূমিৰ সপোন পূৰণৰ দিশেৰে প্ৰতিগৰাকী নেতাই উৎসৰ্গিত মনোভাবেৰে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াই যাব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ

বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰে। ৰাজ্যৰ মুখ্যসচিব ৰবি কোটাৰ অনুমোদন মৰ্মে বিটিচিৰ সচিব অমৰেন্দ্ৰ ডেকাই তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায় ৷ কোকৰাঝাৰৰ বিটিচি সচিবালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচা...

October 5, 2025 7:27 PM

views 83

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীক শুভেচ্ছা জনায়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীক শুভেচ্ছা জনায়। এটা বার্তাত তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ দৰ্শন বাস্তবায়িত কৰা আৰু সকলো ধৰণৰ বিকাশ সুনিশ্চিত কৰাৰ লক্ষ্যৰে বিটিচি চৰকাৰক সমর্থন আগবঢ়াই যাব।

October 2, 2025 6:43 PM

views 135

নাগালেণ্ড চৰকাৰলৈ কৰ হস্তান্তৰকৰণৰ অগ্ৰমী কিস্তিৰ বাবে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ

● নাগালেণ্ড চৰকাৰলৈ কৰ হস্তান্তৰকৰণৰ অগ্ৰমী কিস্তি হিচাপে ১ লাখ ১,৬০৩ কোটি টকা মোকলাই দিয়াৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই প্ৰমানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনক ধন্যবাদ জনাইছে। সামাজিক মাধ্যম এক্সত শ্ৰীৰিঅ’ই কয়, যে সময়মতে মোকলাই দিয়া এই ধনে ৰাজ্যখনৰ লগ...

September 29, 2025 10:49 AM

views 77

ৰেলৱে সুৰক্ষা বাহিনীৰ যোৱা ১৮-২৩ ছেপ্তেম্বৰৰ ভিতৰত ১৯ টি নাবালককে ধৰি ২১ টি শিশুক উদ্ধাৰ

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে যোৱা ১৮ৰ পৰা ২৩ ছেপ্তেম্বৰৰ ভিতৰত ১৯ টি নাবালককে ধৰি ২১ টি শিশুক উদ্ধাৰ কৰিছে৷ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰে প্ৰকাশ কৰা মতে ১৮-১৯ ছেপ্তেম্বৰত আলিপুৰদুৱাৰ আৰু চাপৰমুখৰ পৰা তিনিটি নাবালকক উদ্ধাৰ কৰাৰ লগতে বাৰচৈ, নিউ...

September 22, 2025 7:00 PM

views 80

অৰুণাচলৰ ২৪০ মেগাৱাট শক্তিসম্পন্ন হো’ জলবিদ্যুৎ প্রকল্প আৰু ১৮৬ মেগাৱাট শক্তিসম্পন্ন টাটো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ২৪০ মেগাৱাট শক্তিসম্পন্ন হো' জলবিদ্যুৎ প্রকল্প আৰু ১৮৬ মেগাৱাট শক্তিসম্পন্ন টাটো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা স্থাপন কৰে। ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগমৰ অধীনত ৩ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপেক্ষ এই দুয়োটা প্ৰকল্প উত্তৰ পূৱ বিদ্যুৎ শক্তি নিগ...

September 22, 2025 5:34 PM

views 97

কাইলৈ প্রধানমন্ত্ৰী মোদীৰ অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ অৰুণাচল প্ৰদেশত ৫ হাজাৰ ১০০ কোটি টকাতকৈও অধিক পৰিমানৰ পুঁজি বয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰাৰ লগতে ৩ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপেক্ষ দুটা বৃহৎ জলবিদ্যুৎ প্রকল্প আধাৰশিলাও স্থা...

September 21, 2025 8:15 PM

views 60

আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱসে সদভাৱ, ন্যায় আৰু মিলা প্ৰীতি অধিক শক্তিশালী কৰাৰ বাবে সকলোকে অনুপ্ৰেৰণা যোগাব বুলি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ আশা প্ৰকাশ

আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস উপলক্ষে এখন শান্তিপূর্ণ বিশ্ব গঢ়াৰ ক্ষেত্ৰত সকলোৰে সমান দায়িত্ব আছে বুলি আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই দোহাৰে। এই দিৱসে সদভাৱ, ন্যায় আৰু মিলা প্ৰীতি অধিক শক্তিশালী কৰাৰ বাবে সকলোকে অনুপ্ৰেৰণা যোগাব বুলি শ্ৰীৰিঅ'ই আশা প্ৰকাশ কৰে। উপ- মুখ্যমন্ত্রী ৱাই পেনেও শান...