ৰাষ্ট্ৰীয়

June 13, 2025 8:37 PM

views 23

কাইলৈ যোগা কানেক্ট শীর্ষক বিশ্ব পৰ্যায়ৰ শীৰ্ষ সন্মিলনৰ আয়োজন

আয়ুষ মন্ত্ৰালয়ে কাইলৈ নতুন দিল্লীত এখন পৃথিৱী এটা স্বাস্থ্যৰ বাবে যোগ বিষয়বস্তুৰে যোগা কানেক্ট শীর্ষক এখন বিশ্ব পৰ্যায়ৰ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। অহা ২১ জুনৰ একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত এহেজাৰতকৈও অধিক অংশগ্ৰহণকাৰীয়ে ভাগ লোৱাৰ লগতে...

June 13, 2025 8:34 PM

views 43

বিমান দুর্ঘটনাত লোক নিহত হোৱা দেশকেইখনৰ সৈতে মন্ত্ৰী ড০ এছ জয়শংকৰৰ যোগাযোগ অব্যাহত

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে তেওঁ আহমেদাবাদৰ বিমান দুর্ঘটনা সন্দৰ্ভত ব্ৰিটেইনৰ বিদেশ মন্ত্রী ডেভিদ লেমি, পর্তুগালৰ বিদেশ মন্ত্ৰী পাওলো ৰেঞ্জেল আৰু কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। এই দুখৰ সময়ছোৱাত ড০ জয়শংকৰে শোকসন্তপ্তসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ ...

June 13, 2025 8:30 PM

views 20

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ব্লেক বক্স উদ্ধাৰ

গুজৰাটৰ আহমেদাবাদৰ মেঘানি নগৰত কালি হোৱা এয়াৰ ইণ্ডিয়া বিমানৰ দুৰ্ঘটনাস্থলীত আজি ফৰেণচিক বিশেষজ্ঞসকলৰ এটা দলে পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ঘটনাস্থলীৰ পৰা বিমানখনৰ এটা ব্লেক বক্স উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে এয়াৰ ট্ৰেফিক সেৱা চমুকৈ এ টি এছৰ দলে দুৰ্ঘটনাস্থলীৰ প...

June 13, 2025 12:43 PM

views 20

আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ২৪১ যাত্ৰীৰ আটাইকেইগৰাকীৰেই মৃত্যু

আহমেদাবাদ বিমান বন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মৰাৰ ঠিক পাছতেই দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ২৪১ গৰাকী আৰোহীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। বয়িং 787-8 শ্ৰেণীৰ বিমানখনত ২৪২ গৰাকী যাত্ৰী আৰু চালক দলৰ সদস্য আছিল। বিমানখনত ১৬৯ গৰাকী ভাৰতীয়, ৫৩ গৰাকী ব্ৰিটিছ, এগৰাকী কানাডিয়ান আৰু ৭গৰাকী পর্ত...

June 13, 2025 12:41 PM

views 21

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আনুষ্ঠানিক তদন্ত আৰম্ভ বিমান দুর্ঘটনা তদন্ত সংস্থাৰ

বিমান দুর্ঘটনা তদন্ত সংস্থাই (এ এ আই বি) আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে কৈছে, যে আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাই ধার্য কৰা আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুযায়ী দুৰ্ঘটনাৰ তদন্ত কৰা হ'ব। তেওঁ কয়, যে চৰকাৰে বিষয়টো বিশদভাৱে ...

June 13, 2025 12:39 PM

views 21

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ টাটা গোটৰ ১ কোটি টকাকৈ সাহায্য ঘোষণা

টাটা গোটৰ অধ্যক্ষ এম চন্দ্ৰশেখৰণে আহমেদাবাদৰ শোকাৱহ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ কোম্পানীয়ে ১ কোটি টকাকৈ সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে। তেওঁ লগতে টাটা গোটে এই দুৰ্ঘটনাত আহত হোৱা লোকসকলৰ চিকিৎসা ব্যয় বহন কৰিব আৰু তেওঁলোকে যাতে পূৰ্ণ পৰিচৰ্যা লাভ কৰে সেয়া সুনিশ্চিত কৰিব। ট...

June 13, 2025 12:36 PM

views 21

আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলী পৰিদৰ্শন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি দুৰ্ঘটনাৰ কেইঘণ্টামান পাছতেই আহমেদাবাদ পৰিদৰ্শন কৰে। তেওঁ উদ্ধাৰ আৰু সাহায্য অভিযানৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈ...

June 13, 2025 12:34 PM

views 86

ৰাজ্যসভাৰ অসমৰ দুয়োখন আসনতে এন ডি এৰ প্ৰাৰ্থীৰ বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ

অসমৰ ৰাজ্যসভাৰ দুয়োখন আসনতে এন ডি এৰ প্ৰাৰ্থীয়ে বিনাপ্রতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে। ৰাজ্যসভাৰ খালী হোৱা আসন দুখনৰ বিপৰীতে অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ কনাড পুৰকায়স্থই মনোনয়ন দাখিল কৰিছিল। এই আসন দুখনৰ বাবে বিৰোধীয়ে কোনো প্রার্থী প্ৰক্ষেপ নকৰাত কালি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা দ...

June 13, 2025 12:28 PM

views 36

শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন

শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ কালি প্ৰথমবাৰৰ বাবে উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে পালন কৰা এই অনুষ্ঠানত মহাপুৰুষজনাৰ এটি বৰগীত সিংহলী ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা হয়। কেন্দ্ৰটোৰ পৰিচালক আৰু প্ৰথম ...

June 13, 2025 12:26 PM

views 28

ধ্রুপদী নৃত্যশিল্পী ড° সোনাল মানসিঙক ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান

২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ধ্রুপদী নৃত্যশিল্পী ড° সোনাল মানসিঙক কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই পদ্ম বিভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পীগৰাকীক এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে। বঁটা প্ৰদান কৰি দিয়...