June 16, 2025 1:07 PM
31
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্স উদ্ধাৰ
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্তকাৰী বিষয়াসকলে দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ ককপিট ভইচ ৰেকৰ্ডাৰ ব্লেক বক্স উদ্ধাৰ কৰা হৈছে বুলি নিশ্চিত কৰিছে। এই ব্লেক বক্সে বিমান দুর্ঘটনাটোৰ সম্ভাৱ্য কাৰণ বিচাৰি উলিওৱাত সহায় কৰিব। এই পর্যন্ত আহমেদাবাদৰ বিমান দুর্ঘটনাত ২৪১ জন যাত্রীসহ মুঠ ২৭০ জনৰ প্ৰাণহা...