আন্তৰ্জাতিক সংবাদ

July 28, 2025 10:29 AM

views 43

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে দেশ দুখনৰ নেতাসকলৰ মাজত মালয়েছিয়াত গুৰুত্বপূৰ্ণ বৈঠক

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে দেশ দুখনৰ নেতাসকল আজি মালয়েছিয়াত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। থাইলেণ্ডৰ কাৰ্যবাহী প্রধানমন্ত্রী ফুমথাম রেচায়াচায়ীয়ে থাইলেণ্ডৰ প্ৰতিনিধিসকলক নেতৃত্ব দিব। এই আলোচনাত কম্বোডিয়াৰ প্ৰধানমন্ত্রী হুন মেনেটয়েও অংশগ্রহণ কৰাৰ সম্ভাৱনা আছে। ...

July 27, 2025 11:13 AM

views 42

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মালদ্বীপ ভ্রমণ ফলপ্রসূ বুলি অভিহিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মালদ্বীপ ভ্রমণ ফলপ্রসূ বুলি অভিহিত কৰিছে। মালদ্বীপে স্বাধীনতা লাভ কৰাৰ ৬০ বছৰ উদযাপন অনুষ্ঠানত তেওঁ সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে, এনে উদযাপনত অংশগ্ৰহণ কৰা শ্ৰী মোদীয়ে হৈছে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্রী। মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ম...

July 26, 2025 10:30 AM

views 86

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত জি টুৱেণ্টি উন্নয়ন মন্ত্ৰীসকলৰ প্ৰথমখন অধিৱেশনত অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অবৈধ বিত্তীয় সৰবৰাহ আৰু সামাজিক সুৰক্ষাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ আম্পু মালাংগাত অনুষ্ঠিত জি টুৱেণ্টি উন্নয়ন মন্ত্ৰীসকলৰ প্ৰথমখন অধিৱেশনত কালি অংশগ্ৰহণ কৰে। সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা সৰ্বাত্মক সফলতাত আলোকপাত কৰি শ্রীমাৰ্ঘেৰিটাই বহনক্ষ...

July 26, 2025 10:25 AM

views 39

কৃষি, মীন পালন, ভাৰতীয় ফাৰ্মাক’পিয়াৰ ডিজিটেল সমাধান আৰু স্বীকৃতি সন্দৰ্ভত কেইবাখনো বুজাবুজি চুক্তিত ভাৰত আৰু মালদ্বীপৰ স্বাক্ষৰ

ভাৰতে কালি মালদ্বীপৰ সৈতে কৃষি আৰু মীন পালন, ভাৰতীয় ফাৰ্মাক'পিয়াৰ ডিজিটেল সমাধান আৰু স্বীকৃতি সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তি আৰু আন তিনিখন চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ উপৰি ভাৰতে মালদ্বীপলৈ ৪,৮৫০ কোটি টকাৰ সুদবিহীন ঋণ আগবঢ়াইছে। দুয়োখন দেশৰ মাজত ভাৰত-মালদ্বীপ মুক্ত বাণিজ্য চুক্তিৰ প্রাসঙ্গিক নীত...

July 24, 2025 9:13 PM

views 61

ৰাছিয়ান A N-24 বিমানখন দুৰ্ঘটনাত পতিত হোৱাত পাঁচটি শিশু আৰু ৬গৰাকী বিমানকর্মীসহ ৪৯ জন লোক নিহত

আংগাৰা এয়াৰ লাইনচৰ দ্বাৰা পৰিচালিত ৰাছিয়ান A N-24 বিমানখন আজি দুৰ্ঘটনাত পতিত হোৱাৰ ফলত পাঁচটি শিশু আৰু ৬গৰাকী বিমানকর্মীসহ ৪৯ জন লোক নিহত হয়। ব্লাগভেচচেনস্ক'ৰ পৰা ৰাছিয়া-চীন সীমান্তৰ সমীপৰ টিণ্ডালৈ গৈ থকা বিমানখন অৱতৰণৰ কিছু সময় পূর্বে বিমান পৰিবহন নিয়ন্ত্ৰকৰ সৈতে যোগাযোগ হেৰুৱাই আৰু পাহাৰীয়া...

July 23, 2025 12:26 PM

views 45

চৰকাৰী ভ্ৰমণসূচীৰে ব্ৰিটেইনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

চৰকাৰী কাৰ্যসূচীৰে ব্ৰিটেইনলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়া দেশখনত উপস্থিত হ'ব। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কেইৰ ষ্টাৰ্মাৰৰ আমন্ত্রণমৰ্মে শ্রীমোদী দেশখনলৈ গৈছে। আঞ্চলিক আৰু বিশ্বব্যাপী প্রাসংগিক বিষয়সমূহ সন্দৰ্ভত ...

July 20, 2025 8:36 PM

views 58

ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ সাগৰৰ পাৰত পাঁচটা শক্তিশালী ভূমিকম্প অনুভূত

ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ সাগৰৰ পাৰত আজি পাঁচটা শক্তিশালী ভূমিকম্প অনুভূত হয়। সবাতোকৈ শক্তিশালী ভূমিকম্পটো ৭.৪ প্রাবল্যৰ আছিল। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ২০ কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা এই বৃহৎ ভূমিকম্পটো পেট্ৰ'পাত্ন’ভস্ক- কামচাটস্কিৰ ১৪৪ কিলোমিটাৰ পূবত কেন্দ্ৰিভূত হৈছিল। প্ৰশান্ত মহ...

July 20, 2025 8:24 PM

views 48

২৩ জুলাইৰ পৰা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ ২৩ৰ পৰা ২৬ তাৰিখলৈ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ কৰিব। এই ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ২৩ ৰ পৰা ২৪ জুলাইলৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰ্মাৰৰ আমন্ত্রণমর্মে ব্ৰিটেইনলৈ যাব। এই ভ্ৰমণকালত শ্রীমোদীয়ে ভাৰত ব্রিটেইন দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে প্রধানমন্...

July 11, 2025 8:54 PM

views 43

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰত আৱদ্ধ হৈ পৰা আমেৰিকাৰ দুগৰাকী নাগৰিকক উদ্ধাৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দক্ষিণ-পূব দিশে প্রায় ৫২ সামুদ্রিক মাইল দূৰত্বত আৱদ্ধ হৈ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুগৰাকী নাগৰিকক উদ্ধাৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে আৱদ্ধ হৈ পৰা লোক দুগৰাকীয়ে প্ৰেৰণ কৰা বিপদ সংকেত লাভ কৰাৰ পাছত পৰ্ট ব্লেয়াৰৰ সামুদ্...

July 8, 2025 8:43 PM

views 46

টেক্সাছৰ মধ্যভাগত হোৱা আকষ্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৪ লৈ বৃদ্ধি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ মধ্যভাগত হোৱা আকষ্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৪ লৈ বৃদ্ধি পাইছে আৰু অন্য ৪১ জন লোক সন্ধানহীন হৈ আছে। প্রাপ্ত বাতৰি অনুসৰি কেৰ কাউণ্টিত সৰ্বাধিক লোক নিহত হৈছে। কেৰ কাউণ্টিৰ এটা গ্ৰীষ্মকালীন শিবিৰত ২৮ গৰাকী কিশোৰৰ মৃত্যু হয়। টেক্সাছৰ উপ-ৰাজ্যপাল ডেন পেট্রিকে কয়,...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।