আন্তৰ্জাতিক সংবাদ

June 23, 2025 8:52 PM

views 79

ছিৰিয়াৰ ৰাজধানী দামাস্কাচৰ গীৰ্জাত আত্মঘাটি বোমা বিস্ফোৰণত কমেও ২২ জন লোকৰ মৃত্যু হোৱাৰ উপৰি ৬৩ জন লোক গুৰুতৰভাৱে আহত

ছিৰিয়াৰ ৰাজধানী দামাস্কাচৰ এটা গীৰ্জাত কালি সন্ধিয়া আত্মঘাটি বোমা বিস্ফোৰণত কমেও ২২ জন লোকৰ মৃত্যু হোৱাৰ উপৰি ৬৩ জন লোক গুৰুতৰভাৱে আহত হয়। বহু বছৰৰ পাছত ৰাজধানী চহৰখনৰ খ্ৰীষ্টান ধর্মীয়স্থানত এনে আক্ৰমণ প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে। তথ্য অনুসৰি চেইণ্ট ইলিয়াছ অর্থদস্ক গীৰ্জাত দেওবাৰে সন্ধিয়া প্ৰাৰ...

June 23, 2025 3:21 PM

views 63

ইৰাণ আৰু ইজৰাইলৰ আক্ৰমণ-প্ৰতি আক্রমণ অব্যাহত

ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাত দুয়োখন দেশৰ আক্ৰমণ-প্ৰতি আক্রমণেৰে অব্যাহত আছে। আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত যুটীয়া আক্ৰমণ চলোৱাৰ পাছত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনিয়ে ইজৰাইলৰ বিৰুদ্ধে প্ৰতি আক্রমণ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয়, যে ইজৰাইলে এটা ডাঙৰ ...

June 22, 2025 7:53 PM

views 53

আন্তৰাষ্ট্ৰীয় আনৱিক শক্তি সংস্থাৰ কাইলৈ জৰুৰী বৈঠকৰ আয়োজন

আন্তৰাষ্ট্ৰীয় আনৱিক শক্তি সংস্থা IAEA য়ে কাইলৈ এখন জৰুৰী বৈঠকৰ আয়োজন কৰিছে। সংস্থাৰ মুৰববী ৰাফেল গ্ৰোছিয়ে প্ৰকাশ কৰা অনুসৰি ইৰানৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কাইলৈ এই বৈঠকৰ আহ্বান জনোৱা হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত গ্ৰোছিয়ে আজি কয় যে ইৰানৰ পাৰমানৱিক সুবিধাৰ স্থলসমূহত...

June 21, 2025 8:25 PM

views 62

ইজৰাইল আৰু ইৰাণৰ মাজত উদ্ভৱ হোৱা সংঘৰ্ষ অব্যাহত

ইজৰাইল আৰু ইৰাণৰ মাজত উদ্ভৱ হোৱা সংঘৰ্ষৰ আজি নৱম দিনাও দুয়োখন দেশে পৰস্পৰৰ বিৰুদ্ধে বিমান আক্রমণ অব্যাহত ৰাখিছে। যোৱা নিশা ইজৰাইলে ইৰাণৰ পাৰমানৱিক আন্তঃগাঁথনিত আক্রমণ চলায়। ইজৰাইলৰ সেনাই প্ৰকাশ কৰা মতে দেশখনে মধ্য ইৰাণৰ ক্ষেপনাস্ত্ৰ ঘাটি আৰু আন্তঃগাঁথনিত এলানি ক্ষেপনাস্ত্র আক্ৰমণ সংঘটিত কৰিছে। একে...

June 20, 2025 11:27 AM

views 154

ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ অধিক তীব্ৰতৰ

ইজৰাইল আৰু ইৰাণৰ মাজত বিগত ৭ দিন ধৰি চলি থকা যুদ্ধখন অধিক তীব্ৰতৰ হৈ উঠিছে। ইজৰাইলে কালি তেহৰাণত থকা ইৰাণৰ অভ্যন্তৰীণ সুৰক্ষা মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি আক্ৰমণ চলায়। ইয়াৰ বিপৰীতে ইৰাণ দক্ষিণ ইজৰাইলৰ এখন চিকিৎ‍সালয়ত ক্ষেপনাস্ত্ৰৰে আঘাট সানে। দুয়োখন দেশে পৰস্পৰৰ গুৰুত্বপূৰ্ণ প্রতিষ্ঠানসমূহক লক্ষ্...

June 19, 2025 8:17 PM

views 68

সপ্তম দিনাও ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ অব্যাহত

ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ আজি সপ্তম দিনাও অব্যাহত আছে। ইৰাণে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ইজৰাইলৰ মধ্য আৰু দক্ষিণ প্ৰান্তৰ ভালেমান ঠাইত গুৰুতৰ ক্ষতি সাধন কৰিছে। ইয়াৰ বিপৰীতে ইজৰাইলী বাহিনীয়ে ইৰাণৰ অৰাক গধুৰ জল পাৰমাণৱিক ৰিয়েক্টৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। দক্ষিণ ইজৰাইলৰ এখন চিকিৎসালয় আৰু তেল আভিভ...

June 19, 2025 3:28 PM

views 77

ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘাত শীঘ্ৰেই অৱসান ঘটোৱাৰ লগতে শান্তি স্থাপনত পোষকতা ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিয় গুটেৰেছৰ

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিয় গুটেৰেছে ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘাত শীঘ্ৰেই অৱসান ঘটোৱাৰ লগতে শান্তি স্থাপনৰ পোষকতা কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত চলি থকা সাম্প্রতিক সংঘাতত উদ্বেগ প্রকাশ কৰি সচিব প্ৰধানগৰাকীয়ে এই সংঘাতক আৰু অধিক আন্তঃৰাষ্ট্ৰীয়কৰণ নকৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে সামৰিক বাহিনীৰ অ...

June 18, 2025 7:40 PM

views 37

ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ অব্যাহত

মিছাইল আৰু আকাশমাৰ্গেৰে কৰা আক্ৰমণেৰে আজি ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষই আজি ছদিন অতিক্ৰম কৰিছে। তেহৰানত হোৱা বিস্ফোৰণৰ পাছত কেন্দ্ৰীয় চালিত আৰু অস্ত্ৰ উৎপাদনৰ এলেকাসমূহ আক্রমণ কৰাৰ কথা ইজৰাইলে নিশ্চিত কৰিছে। হাইপাৰচনিক ফাতেহ প্রজেক্টাইলকে ধৰি আন বহুতো মিছাইলেৰে ইৰানে, ইজৰাইলৰ বিমান সামৰিক ব্যৱস্থাৰ...

June 18, 2025 12:46 PM

views 44

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব স্টাফ তথা ছুপ্রিম লিডাৰ আয়াতুল্লা আলি খামেনেৰ ঘনিষ্ঠ উপদেষ্টা আলি ছাদমানীৰ তেহৰানৰ এটা কমাণ্ড চেণ্টাৰত হোৱা বিমান আক্ৰমণত মৃত্যু হৈছে বুলি নিশ্চিত কৰিছে। যোৱা শুকুৰবাৰে ইজৰাইলৰ আক্ৰমণত ইৰাণৰ চীফ অব্ ষ্টাফৰ মৃত্যু হোৱাৰ পাছতেই ছাদমানীয়ে দেশখনৰ খতম-অল-আনবিয়া কে...

June 18, 2025 12:41 PM

views 59

ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইক বিনাচৰ্তে আত্মসমৰ্পণ কৰিবলৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সকিয়নী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সামাজিক মাধ্যমত এলানি ভাবুকিমুলক পোষ্ট যোগে প্ৰকাশ কৰিছে যে, ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইক আমেৰিকাই হত্যা কৰিব পাৰে যদিও তেনে কৰাৰ পৰা বিৰত আছে। আমেৰিকাৰ সাধাৰণ নাগৰিক আৰু সৈন্যৰ বিৰুদ্ধে হ'ব পৰা প্রত্যাক্রমণৰ সম্ভাৱনালৈ লক্ষ্য ৰাখিয়েই আলী খামেনেইক আমেৰিকাই হ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।