আন্তৰ্জাতিক সংবাদ

June 17, 2025 7:49 PM

views 70

কানাডাত অনুষ্ঠিত জি-৭ শীর্ষ সন্মিলন আধাতে সামৰি ৱাছিংটনলৈ প্ৰত্যাৱৰ্তন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ইজৰাইল আৰু ইৰানৰ মাজৰ বৰ্ধিত সংঘৰ্ষৰ বাবে কানাডাত অনুষ্ঠিত জি-ছেভেন শীর্ষ সন্মিলন আধাতে সামৰি ৱাছিংটনলৈ উভতি গৈছে। বিশ্বনেতাসকলে পশ্চিম এছিয়াৰ উত্তেজনা হ্ৰাস কৰাৰ আহ্বান জনাই যুটীয়া বিবৃতি জাৰি কৰা কেইঘণ্টামানৰ পিছতে শ্ৰীট্টাম্পে বৈঠক সামৰি আমেৰিকা...

June 17, 2025 9:47 AM

views 43

ইৰানৰ চৰকাৰী সম্প্ৰচাৰ কেন্দ্ৰ ইছলামিক ৰিপ্লাবিক অৱ ইৰান ব্ৰডকাষ্টিঙত ইজৰাইলৰ আক্রমণ

ইৰানৰ চৰকাৰী সম্প্ৰচাৰ কেন্দ্ৰ ইছলামিক ৰিপ্লাবিক অৱ ইৰান ব্ৰডকাষ্টিং চমুকৈ আই আৰ আই বিৰ ওপৰত ইজৰাইলে আক্রমণ চলাই ইয়াৰ আন্তঃগাঁথনি ধ্বংস কৰে। ইজৰাইলৰ সামৰিক বিষয়াই জনোৱা অনুসৰি ইৰানৰ সকলো ধৰণৰ আন্তঃগাঁথনি ধ্বংস কৰি দিয়াৰ অংশ হিচাপে এই সম্প্ৰচাৰ কেন্দ্ৰটোতো আক্ৰমণ চলোৱা হৈছে। উল্লেখযোগ্য যে ইৰান আৰ...

June 15, 2025 8:39 PM

views 46

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাইপ্ৰাছ, কানাডা আৰু ক্ৰয়েছিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত চাইপ্ৰাছত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছ, কানাডা আৰু ক্ৰয়েছিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি চাইপ্ৰাছত উপস্থিত হৈছে। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোজ খ্রিষ্ট ডৌলিডেছে শ্রীমোদীক লানাকা আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত আদৰণি জনায়। দুয়োগৰাকী নেতাই লেমেচচত দুয়োখন দেশৰ উদ্যমীসকলৰ সৈতে বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব। দেশ...

June 15, 2025 2:14 PM

views 56

ইৰানৰ আক্ৰমণত ইজৰাইলৰ ১০ গৰাকী লোকৰ মৃত্যু

ইৰান আৰু ইজৰাইলৰ প্ৰত্যক্ষ সংঘাটত আজি ইৰানৰ আক্ৰমণত ইজৰাইলৰ ১০ গৰাকী লোকৰ মৃত্যু হয়। ইৰানে আজি তেহৰানৰ এটা তেল ডিপোত আক্রমণ চলায়। দুয়োখন দেশৰ সামৰিক সংঘাটে ৩ দিনত ভৰি দিছে। দুয়োখন দেশৰ চৰকাৰে পৰস্পৰৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰ কৰাৰ হুংকাৰ দিছে। এই কথাই স্বাভাৱিকতে মৃত্যুৰ সংখ্যা বৃদ্ধি কৰাৰ উপৰি আঞ্চ...

June 15, 2025 2:09 PM

views 67

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ ত্ৰিদেশীয় ভ্ৰমণ হৈছে বন্ধু ৰাষ্ট্ৰ কেইখনক ভাৰতৰ সন্ত্রাসবিৰোধী যুদ্ধখনলৈ আগবঢ়োৱা সমর্থনৰ বাবে ধন্যবাদ জনোৱাৰ এটা সুযোগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ ত্ৰিদেশীয় ভ্ৰমণ হৈছে বন্ধু ৰাষ্ট্ৰ কেইখনক ভাৰতৰ সন্ত্রাসবিৰোধী যুদ্ধখনলৈ আগবঢ়োৱা সমর্থনৰ বাবে ধন্যবাদ জনোৱাৰ এটা সুযোগ। তেওঁ লগতে কয়, যে এই ভ্রমণে সকলো ধৰণৰ সন্ত্ৰাসবাদক উৎখাত কৰাৰ বাবে বিশ্বত সজাগতা সৃষ্টিত সহায় কৰিব। প্ৰধানমন্ত্রীয়ে আজি চাইপ্ৰাছ, ...

June 15, 2025 11:53 AM

views 45

প্রধানমন্ত্রী নৰেন্দ্র মোদী পাঁচ দিনীয়া ভ্রমণসূচীৰে চাইপ্ৰাছ, কানাডা আৰু ক্ৰৱেছিয়ালৈ ৰাওনা

প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি চাইপ্ৰাছ, কানাডা আৰু ক্ৰৱেছিয়াৰ পাঁচ দিনীয়া ভ্রমণসূচীৰে ৰাওনা হ'ব। যাত্ৰাৰ প্ৰথম পৰ্যায়ত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোজ ক্রিষ্টোডনিডেজৰ নিমন্ত্রণ মর্মে আজি দেশখনৰ ৰাজধানী নিকোছিয়াত উপস্থিত হ'ব। এয়া হ'ব দুটা দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম চাইপ্ৰাছ ভ্রমণ। ভ্রমণ...

June 14, 2025 8:34 PM

views 59

ইজৰাইল আৰু ইৰানে পৰস্পৰৰ বিৰুদ্ধে ক্ষেপনাস্ত্ৰৰে আক্ৰমণ

ইজৰাইল আৰু ইৰানে পৰস্পৰৰ বিৰুদ্ধে ক্ষেপনাস্ত্ৰৰে আক্ৰমণ চলাইছে। তেল আবিব, জেৰুজালেম আৰু টেহৰানত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে। ইৰানে ইজৰাইলৰ কেইবাখনো ঠাইক লক্ষ্য কৰি চলোৱা আক্ৰমণত কমেও ৩ জন লোক নিহত হৈছে আৰু ভালে সংখ্যক লোক আহত হৈছে। ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে ইজৰাইলৰ আক্ৰমণ দেশখনৰ...

June 14, 2025 7:42 PM

views 67

ইজৰাইলত থকা ভাৰতীয় লোকসকলৰ উদ্দেশ্যে কেতবোৰ নিৰ্দেশনা জাৰি

ইজৰাইলত থকা ভাৰতীয় দূতাবাসে আজি দেশখনত থকা ভাৰতীয় লোকসকলৰ উদ্দেশ্যে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি প্ৰবাসী ভাৰতীয়সকলক সতৰ্ক হৈ থাকি ইজৰাইল প্ৰশাসনে দিয়া উপদেশ অনুসৰি সুৰক্ষা ব্যৱস্থা মানি চলিবলৈ আহ্বান জনোৱা হৈছে। নিৰ্দেশনাটোত কোৱা হৈছে যে ভাৰতীয় লোকসকলে সাৱধানতা অৱলম্বন কৰা উচিত আৰু দ...

June 14, 2025 7:40 PM

views 76

ইৰানত থকা প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোকসকলক সহায়ৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ইৰানত থকা প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোকসকলক সহায়ৰ দৰকাৰ হলে তেহৰানত থকা ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰত যোগাযোগ কৰিব পাৰিব। দূতাবাসৰ জৰুৰীকালীন নম্বৰ হৈছে প্লাছ ৯৮ ৯১২৮১০৯১১৫ আৰু প্লাছ ৯৮৯১২৮১০৯১০৯ ৷ ইয়াৰ পূৰ্বে ভাৰতীয় দূতাবাসে ইৰানৰ সাম্প্...

June 14, 2025 7:16 PM

views 57

ইজৰাইলে ইৰানৰ ভূমিত কৰা আক্রমণ শীঘ্ৰেই বন্ধ কৰিবলৈ আহ্বান এণ্টনিঅ’ গুটেৰেছৰ

ইজৰাইলে ইৰানৰ ভূমিত কৰা বোমাবর্ষণ আৰু তেল আভিভক লক্ষ্য কৰি ইৰানে চলোৱা ক্ষেপনাস্ত্র আক্রমণ শীঘ্ৰেই বন্ধ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছে আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত তেওঁ কয় যে শান্তি আৰু কূটনীতি বৰ্তাই ৰাখিবই লাগিব। ইউৰোপীয় আয়োগৰ অধ্যক্ষ উর্দুলা ভন ডেৰ লেয়েনে কয় য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।