বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে মানৱতা উলংঘনৰ গোচৰ সংক্রান্তত আজি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে ৰায়দান কৰিব। ন্যায়াধীশ মহম্মদ গোলাম মটুজা মজুমদাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে ৰায়দানৰ পৰিপ্ৰেক্ষিতত ঢাকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বোৰ্ডাৰ গার্ড বাংলাদেশ, ৰেপিড এচন বেটেলিয়ন আৰু সেনাৰ অতিৰিক্ত বাহিনী ন্যায়াধীকৰণ এলেকাত নিয়োগ কৰা হৈছে।
Assamese | November 17, 2025 1:28 PM | Bngaldesh
শ্বেইখ হাছিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে আজি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ ৰায়দান