ৰাজ্যসভাত আজি ৰাষ্ট্রীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ সংখ্যক বার্ষিকী সন্দর্ভত অধিক আলোচনা কৰা হ’ব। কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ ভাষণেৰে এই আলোচনাৰ সমাপ্তি ঘটিব। ইয়াৰ পাছত নির্বাচনী সংস্কাৰ সন্দৰ্ভত ৰাজ্যসভাত আলোচনা অনুষ্ঠিত হ’ব।
Assamese | December 11, 2025 11:38 AM | Banda matarm
ৰাজ্যসভাত আজি ৰাষ্ট্রীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ সংখ্যক বার্ষিকী সন্দর্ভত আলোচনা