September 25, 2026 7:40 PM

views 7

মেৰা যুৱা ভাৰতৰ উদ্যোগত আজি বন্দে মাতৰম শিবিৰ ২০২৬-২৭ উদ্বোধন

মেৰা যুৱা ভাৰতৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আজি বন্দে মাতৰম শিবিৰ ২০২৬-২৭ উদ্বোধন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অসম, অৰুণাচল প্রদেশ, বিহাৰ, ছিক্কিম, মেঘালয়, নাগালেণ্ড আৰু পশ্চিম বংগৰ যুৱক-যুৱতীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ যুৱক-যুৱতীসকলক আত্ম নিৰ্ভৰশীল হ'বলৈ আহ্বান জনায়। ক্ৰীড়াৰ গুৰুত্বৰ কথা উল্লেখ কৰি শ্ৰী দৈমাৰীয়ে যুৱক-যুৱতীসকলক পদক জয়ৰ বাবে খেল খেলাৰ উপৰি সুস্বাস্থ্য আৰু সমাজক আগুৱাই ন...

September 25, 2026 7:36 PM

views 11

ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰ পূর্তি উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশেষ কাৰ্যসূচী

ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰ পূর্তি উপলক্ষে দেশজুৰি গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি বিশেষ কার্যসূচী অনুষ্ঠিত হয়। শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত প্ৰাক্তন ভাৰতীয় সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অংশগ্ৰহণ কৰে। শ্ৰী দ্বিবেদীয়ে তেওঁৰ ভাষণত বন্দে মাতমে কিদৰে নৱপ্ৰজন্মৰ মাজত ৰাষ্ট্ৰ প্ৰেমৰ ভাৱনাক জগাই তোলে এই বিষয়ে উল্লেখ কৰে ৷ এই অনুষ্ঠানত প্ৰায় এহেজাৰ ৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বন্দে মাতৰম গীত ...

December 11, 2025 11:38 AM

views 31

ৰাজ্যসভাত আজি ৰাষ্ট্রীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ সংখ্যক বার্ষিকী সন্দর্ভত আলোচনা

ৰাজ্যসভাত আজি ৰাষ্ট্রীয় গীত 'বন্দে মাতৰম'ৰ ১৫০ সংখ্যক বার্ষিকী সন্দর্ভত অধিক আলোচনা কৰা হ'ব। কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ ভাষণেৰে এই আলোচনাৰ সমাপ্তি ঘটিব। ইয়াৰ পাছত নির্বাচনী সংস্কাৰ সন্দৰ্ভত ৰাজ্যসভাত আলোচনা অনুষ্ঠিত হ'ব।