April 17, 2024 7:54 PM

views 50

প্ৰথম পৰ্যায়ত পৰহিলৈ দেশৰ ১৭খন ৰাজ্য আৰু ৪টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২ টা লোকসভা সমষ্টিত ভোটগ্রহণ

পৰহিলৈ প্ৰথম পৰ্যায়ত দেশৰ ১৭খন ৰাজ্য আৰু ৪টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২ টা লোকসভা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। ইয়াৰ লগতে অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰো আজি সামৰণি পৰে। অসমৰ ৫ খন লোকসভা আসনতো পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই ৫খন আসনত ম...

April 17, 2024 7:52 PM

views 49

ৰাজ্যত প্ৰচাৰ অভিযানৰ অন্তিম দিনা ৫টা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা আজি ৰাজ্যখনৰ নিৰ্বাচন হ'বলগীয়া ৫টা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হয়। পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্ৰেছ দলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে আজি শিলচৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হ...

April 17, 2024 7:50 PM

views 67

নলবাৰীত আয়োজিত এখন নির্বাচনী সভাত প্রধানমন্ত্রীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে আজি নলবাৰীত আয়োজিত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। নিজৰ ভাষণত প্রধানমন্ত্ৰীয়ে কয় যে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে সকলো স্তৰৰ জনসাধাৰণৰ উন্নয়নৰ লক্ষ্যৰে আঁচনি গ্ৰহণ কৰিছে আৰু চৰকাৰখনে সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে আঁচনিসমূহৰ সুবিধা লাভ কৰা...

April 17, 2024 6:36 PM

views 66

সমগ্র দেশে এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে বুলি এটা সাক্ষাৎকাৰত প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কয় যে সমগ্র দেশে এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। হিন্দী দৈনিক কাকত এখনক দিয়া এটা সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে এখন ৰাষ্ট্ৰ এটা নির্বাচনৰ উচ্চস্তৰীয় সমিতিখনে ইতিবাচক পৰামৰ্শ লাভ কৰিছে। তেওঁ লগতে কয় যে এই ব্যৱস্থা কাৰ্...

April 17, 2024 6:14 PM

views 81

কাইলৈ চতুর্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি

চতুর্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এইটো পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। চতুর্থ পৰ্যায়ত অন্ধ্ৰপ্ৰদেশৰ ২৫টা আৰু তেলেংগানাৰ ১৭ টা লোকসভা সমষ্টিৰ আটাইকেইটাৰ লগতে উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্য...

April 17, 2024 6:11 PM

views 41

আৰ্হি আচৰণ বিধি উলংঘন সন্দৰ্ভত কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ জাননী জাৰি

নিৰ্বাচন আয়োগে বি আৰ এছ দলৰ সভাপতি তথা তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে আৰ্হি আচৰণ বিধি উলংঘন সন্দৰ্ভত এখন জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে তেলেংগানাৰ ছিছিলাত যোৱা ৫ এপ্ৰিলত অনুষ্ঠিত এখন সংবাদ মেলত শ্ৰীৰাৱে কংগ্ৰেছৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰকাশ কৰা বুলি দলটোৱে অভিযো...

April 17, 2024 6:04 PM

views 88

ম্যানমাৰৰ কাৰাৰূদ্ধ নেত্ৰী আং চান চ্যু ছীক গৃহবন্দিত্বৰ পৰা মুক্তি

ম্যানমাৰৰ কাৰাৰূদ্ধ নেত্ৰী আং চান চ্যু ছীক স্বাস্থ্যজনিত কাৰণত গৃহবন্দিত্বৰ পৰা মুক্তি দিয়া হৈছে। দেশখনৰ সামৰিক চৰকাৰে প্ৰকাশ কৰা মতে সম্প্ৰতি চলি থকা উষ্ণ প্ৰৱাহৰ পৰিপ্ৰেক্ষিতত নেত্ৰীগৰাকীক মুক্তিদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰচণ্ড উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী চ্যু ক...

April 17, 2024 5:58 PM

views 53

ভূতপূৰ্ব প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ জন্ম বার্ষিকী উপলক্ষ্যে প্ৰধানমন্ত্ৰীৰ তেওঁলৈ শ্রদ্ধা নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ জন্ম বার্ষিকী উপলক্ষ্যে তেওঁলৈ শ্রদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত চন্দ্ৰশেখৰক এগৰাকী আদর্শনীয় নেতা বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে তৃণমূলৰ পৰা নিজৰ উত্থান ঘটোৱা এই নেতাগৰাকীয়ে দেশৰ উন্নতিৰ প্ৰতি উল্ল...

April 17, 2024 11:26 AM

views 61

নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কামৰূপ মহানগৰ জিলা প্রশাসনৰ

নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন জিলাত ড্রাই ডে' ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কৰিছে। ১৯ এপ্ৰিলত হ'বলগীয়া মিজোৰামৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষা ৰাখি অসমৰ ৰাজ্যপালে আজি বিয়লি ৪ বজাৰ বৰা কৰিমগঞ্জ জিলাত ১৯ এপ্ৰিল...

April 17, 2024 11:21 AM

views 64

দেশৰ বাকী অংশৰ লগতে অসমতো বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ বাকী অংশৰ লগতে অসমতো বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰে তীব্ৰতা লাভ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নির্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হয়। বৰঝাৰ বিমান বন্দৰৰ পৰা কইনাধৰালৈ যাত্ৰা কৰাৰ সময়ত ৰোড শ্বত ...