August 18, 2024 6:42 PM

views 72

শ্ৰীৰাম আই এছ  প্ৰশিক্ষণ প্ৰতিষ্ঠানটোক ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশৰ বাবে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চিচিপিৰ  জৰিমণা

 কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চিচিপিয়ে ২০২২ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে শ্ৰীৰাম আই এছ নামৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানটোক ৩ লাখ টকাৰ জৰিমণা বিহিছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে, উপভ...

August 18, 2024 6:37 PM

views 39

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌপাশে ৭ দিনৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা বলবৎ

কলকাতা আৰক্ষীয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌপাশে বে-আইনী গতিবিধি ৰোধ কৰাৰ উদ্দেশ্যে অঞ্চলটোত আজিৰে পৰা ৭ দিনৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা বলবৎ কৰিছে। কলকাতা আৰক্ষীয়ে ১৪ আগষ্টৰ নিশা চিকিৎসা মহাবিদ্যালয়খনত সংঘটিত হিংসাত্মক ঘটনাৰ সংক্ৰান্তত ষ্টুডেণ্টছ ফেডাৰেছন অৱ ইণ্ডি...

August 18, 2024 7:32 PM

views 62

কলকাতাৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় ৰায়ৰ চিবিআইৰ মনস্তাত্বিক পৰীক্ষা

দেশজুৰি আলোড়ন সৃষ্টি কৰা কলকাতাৰ চিকিৎ‍সকগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় ৰয়ৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে মনস্তাত্বিক পৰীক্ষা কৰিব। ইয়াৰ বাবে দিল্লীস্থিত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ মনোবৈজ্ঞানিক আৰু আচৰণগত বিশ্লেষকৰ এটা দল ইতিমধ্যে কলকাতাত উপস্থিত হৈছে। চিবিআইয়ে...

August 18, 2024 7:31 PM

views 25

অসমক ২০২৬ চনৰ ভিতৰত দেশৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ

অসম চৰকাৰে ৰাজ্যখনত ২০২৬ চনৰ ভিতৰত দেশৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে, অত্যাধুনিক ঔদ্যোগিক প্রশিক্ষণ প্ৰতিষ্ঠান আৰু দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কাম অব্যাহত আছে। ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ দক্ষত...

August 18, 2024 7:29 PM

views 41

নিশা কৰ্তব্যত নিয়োজিত মহিলা চিকিৎসকসকলৰ বাবে জি এম চি এইচৰ কেজুৱেলিটি বিভাগত বিশেষ বাহনৰ ব্যৱস্থা

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আবাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কর্তৃপক্ষই সুৰক্ষাৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানটোৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ অচ্যুৎ বৈশ্যই জাৰি কৰা এখন নিৰ্দেশনা অনুসৰি নিশা কৰ্তব্যত নিয়োজিত ...

August 18, 2024 12:12 PM

views 52

গুৱাহাটীৰ ৬টা পৰ্যটনস্থলীক সামৰি ৰাজ্য চৰকাৰৰ নদী পর্যটনৰ অভিলাষী আঁচনি

অসমৰ নদী পৰ্যটনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এলানী অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে গুৱাহাটীৰ ৬টা পৰ্যটনস্থলীক সামৰি নদী পর্যটন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। পর্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এখন সংবাদমেলত গুৱাহাটীৰ উমানন্দ, অশ্বক্লান্ত, কামাখ্যা মন্দিৰকে ধৰি আন তিনি তীর্থস্থানক সাম...

August 18, 2024 12:05 PM

views 55

প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ ১১৩ সংখ্যক খণ্ডৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ আহ্বান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড । প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন...

August 18, 2024 12:02 PM

views 30

যাদু সংস্কৃতি আৰু স্থানীয় কলা সংস্কৃতিৰ প্ৰদৰ্শনেৰে মৰিগাঁৱত মায়ং ইন্দ্রজাল যাদু মহোৎসৱ

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি মায়ং মহাবিদ্যালয় খেলপথাৰত প্রথমবাৰৰ বাবে মায়ং ইন্দ্রজাল যাদু মহোৎসৱ অনুষ্ঠিত হ'ব। ইতিহাস প্রসিদ্ধ মায়ঙত পৰ্যটনৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্যৰে আয়োজন কৰা এই যাদু মহোৎসৱ সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ কৰা হ'ব। শোভাযাত্ৰাত অঞ্চলটোৰ যাদু সংস্কৃত...

August 18, 2024 11:59 AM

views 41

ৰাজ্যত প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত এতিয়ালৈকে ১৯ লাখ পকীঘৰ নিৰ্মাণ

ৰাজ্যত প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত এতিয়ালৈকে ১৯ লাখ পকীঘৰ নিৰ্মাণ কৰা হৈছে। এই যোজনাৰ অধীনত অসমে এতিয়ালৈকে ২০ লাখৰো অধিক পকীঘৰৰ অনুমোদন লাভ কৰিছে। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জনকল্যাণক অগ্রাধিকাৰ দি এনে আঁচনিৰ জৰিয়তে ক্ষিপ্ৰ উন্নয়ন সম্ভৱ কৰি তোলাৰ বাবে প...

August 18, 2024 12:15 PM

views 76

ৰাজ্য চৰকাৰৰ ই-শ্ৰমত পঞ্জীয়নভুক্ত অসংগঠিত খণ্ডৰ দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত শ্রমিকলৈ আৰ্থিক সাহায্যৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে ই-শ্ৰমত পঞ্জীয়নভুক্ত অসংগঠিত খণ্ডৰ কোনো শ্রমিকৰ দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত হ'লে তেনে শ্রমিকলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। ২০২১ চনৰ ২৬ আগষ্টৰ পৰা ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ই-শ্ৰমত পঞ্জীয়নভুক্ত শ্রমিকৰ ২০২২ চনৰ ৩১ মার্চ বা তাৰ পূৰ্বে কোনো দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত হ'লে ইয...