February 11, 2025 11:16 AM

views 93

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰসঙ্গত গোলাঘাট জিলা দণ্ডাধীশৰ নিষেধাজ্ঞা

■ সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষাকেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰ...

February 11, 2025 11:07 AM

views 52

গুৱাহাটীত শোভাযাত্রা, সমদল আদি নিষিদ্ধ ঘোষণা

এডভান্টেজ আছাম শীর্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আইন-শৃংখলা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। এই সন্মিলনৰ বাবে আৰক্ষীয়ে গুৱাহাটীত শোভাযাত্রা, সমদল আদি নিষিদ্ধ ঘোষণা কৰিছে। মহানগৰ আৰক্ষীয়ে কালি এটা নির্দেশ যোগে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এনেধৰণৰ শোভাযাত্রা, সমদলকে ধৰ...

February 11, 2025 11:11 AM

views 45

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ; ছিংগাপুৰত উপস্থিত মুখ্যমন্ত্ৰী

■ এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যোৱা নিশা ছিংগাপুৰত উপস্থিত হয়। ছিংগাপুৰত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীক ভাৰতৰ উচ্চায়ুক্ত ড০ শিল্পক আম্বুলেই আদৰণি জনায়। এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছিংগাপুৰ চৰক...

February 10, 2025 9:13 PM

views 35

পেৰা আৰ্ছাৰী এছিয়া কাপ প্রতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড অপেন শিতানত ভাৰতৰ চৰিতাৰ সোণৰ পদক অৰ্জন

থাইলেণ্ডৰ বেংককত চলি থকা পেৰা আৰ্ছাৰী এছিয়া কাপ প্রতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড অপেন শিতানত ভাৰতৰ চৰিতাই সোণৰ পদক অৰ্জন কৰিছে। আজি বিয়লি অনুষ্ঠিত খেলখনত চৰিতাই ছিংগাপুৰৰ নুৰ ছ্যাহিদা আলিমক এখন তুমুল প্রতিদ্বন্দিতামূলক খেলত ১৪৩-১৪২ ৰ ফলাফলত পৰাস্ত কৰে। ইপিনে, ভাৰতৰ আদিল মহম্মদ নাজিৰ আনচাৰীয়ে পুৰুষৰ ...

February 10, 2025 8:59 PM

views 61

মহাকুম্ভৰ তীর্থযাত্ৰীসকলৰ সুবিধাৰ বাবে আজি ২০ খন ৰে’ল চলাচল কৰোৱা হৈছে

উত্তৰ ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেখৰে কৈছে যে, প্রয়াগৰাজৰ মহাকুম্ভৰ তীর্থযাত্ৰীসকলৰ সুবিধাৰ বাবে আজি ২০ খন ৰে’ল চলাচল কৰাইছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত শ্রীশেখে কয়, যে প্ৰয়াগৰাজৰ ৮ টা ষ্টেছনৰ পৰা কালি যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৩০০ ৰো অধিক ৰে’ল চলাচল কৰোৱা হয়।

February 10, 2025 8:54 PM

views 63

গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলাৰ

জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলাই আজি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। বৈঠকত দুয়োগৰাকী নেতাই জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা প্রদান, সুৰক্ষা পৰিস্থিতি, বাজেট আৰু প্ৰশাসন সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ...

February 10, 2025 8:35 PM

views 46

দেশত জানুৱাৰীৰ মাহলৈকে প্ৰধানমন্ত্রী জন ধন যোজনাৰ অধীনত ৫৪ কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে

দেশত জানুৱাৰীৰ মাহলৈকে প্ৰধানমন্ত্রী জন ধন যোজনাৰ অধীনত ৫৪ কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে। লোকসভাত এটা লিখিত উত্তৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, যে এই একাউণ্টৰ ভিতৰত ৩০ কোটিৰো অধিক মহিলা অর্থাৎ ৫৫ শতাংশ মহিলাই অধিকাৰ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে বেংক একাউণ্ট থকা দেশৰ প্ৰাপ্তবয়স্ক প্ৰতিগ...

February 10, 2025 8:30 PM

views 55

ৰাষ্ট্ৰপতি মুর্মুৱে কাইলৈ দিল্লীত ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কাইলৈ নতুন দিল্লীত ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙ উপস্থিত থাকিব। প্ৰতিবছৰে ১১ ফেব্ৰুৱাৰীত প্রখ্যাত ইউনানি চিকিৎসক শিক্ষাবিদ আৰু মুক্তিযুজাৰু হাকিম আজমল খানৰ জয়ন্তী উ...

February 10, 2025 8:24 PM

views 61

চৰকাৰৰ কাৰ্যকালত দেশৰ মুঠ ঘৰুৱা উৎপাদনত নির্মাণখণ্ডৰ অংশৰ পৰিমাণ হ্ৰাস পাইছেঃ পি চিদাম্বৰম

ৰাজ্যসভাতো আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটৰ ওপৰত আলোচনা অব্যাহত আছে। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ নেতা পি চিদাম্বৰমে কয় যে এই চৰকাৰৰ কাৰ্যকালত দেশৰ মুঠ ঘৰুৱা উৎপাদনত নির্মাণখণ্ডৰ অংশৰ পৰিমাণ হ্ৰাস পাইছে। ২০২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাৰ উদ্ধৃতি দি শ্ৰীচিদাম্বৰমে কয়, যে ২০১৪ চনত নিৰ্মাণ খণ্ডৰ অংশ...

February 10, 2025 8:21 PM

views 60

দেশৰ প্ৰতিৰক্ষা বাজেট ২০১৩-১৪ বৰ্ষৰ ২ লাখ কোটি টকাৰ বিপৰীতে বর্তমান ৬ লাখ ৮১ হাজাৰ কোটি টকালৈ বৃদ্ধি

লোকসভাত আজি ২০২৫–২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটৰ সন্দৰ্ভত আলোচনা কৰা হয়। ডি এম কেৰ সাংসদ দয়ানিধি মৰাণে বর্তমান বাজেটখন সম্পূৰ্ণৰূপে পুঁজিপতিৰ পক্ষত থকা বুলি অভিযোগ কৰি কয়, যে চৰকাৰে মুদ্রাস্ফীতি, নিবনুৱা সমস্যাকে ধৰি জনসাধাৰণৰ প্ৰকৃত সমস্যাসমূহ সমাধান কৰাত বিফল হৈছে। তেওঁ ভাৰতৰ অৰ্থনীতি মন্থৰ হৈছ...