February 10, 2025 8:03 PM

views 58

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি অব্যাহত

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। আজি কেইবাগৰাকীও মন্ত্ৰীয়ে এই সন্মিলন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি গুৱাহাটীত জনতাভৱনৰ কাৰ্যালয় কক্ষত সন্মিলনৰ আদৰণি সমিতি, নীতি নিৰ্ধাৰণ আৰু যাতায়ত ব্যৱস্থাপনা সমি...

February 10, 2025 7:30 PM

views 72

চীনদেশে তিব্বতত ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ সম্পৰ্কত সাংসদ দিলীপ শ‍ইকীয়াৰ উদ্বেগ প্রকাশ

দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়াই চীনদেশে তিববতত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ সম্পৰ্কত গভীৰ উদ্বেগ প্রকাশ কৰিছে। আজি লোকসভাত এটা দৃষ্টি আকৰ্ষণকাৰী প্ৰসংগ উত্থাপন কৰি সাংসদ শ‍ইকীয়াই এই বান্ধ নিৰ্মাণ হ'লে অসম, অৰুণাচল প্ৰদেশ আৰু বাংলাদেশৰ পাৰিপাশ্বিকতাৰ ওপৰত বিৰূপ ...

February 10, 2025 7:18 PM

views 71

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। স্বাস্থ্যমন্ত্রী অশোক সিংহলে আজি ঢেকীয়াজুলি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে অভিভাৱকসকলক সন্তানৰ সুস্বাস্থ্যৰ বাবে পৰিষ্কাৰ...

February 10, 2025 7:03 PM

views 61

পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত অসমৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত শিক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়ত মানসিক চাপ আৰু উদ্বেগৰ পৰা কেনেদৰে হাত সাৰিব পাৰে সেই বিষয়ত আলোকপাত কৰে। পৰিপুষ্টি আৰু সুস্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে শিক্ষাৰ্থীসকলে পঢ়াৰ লগতে প্ৰয়োজন সাপেক্ষে ...

February 10, 2025 6:55 PM

views 62

দেশত খাদ্য সুৰক্ষা আইনখন অধিক কার্যকৰীভাৱে ৰূপায়ণ কৰিবলৈ ছোনিয়া গান্ধীৰ আহ্বান

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে দেশত খাদ্য সুৰক্ষা আইনখন অধিক কার্যকৰীভাৱে ৰূপায়ণ কৰাৰ বাবে আহ্বান জনাইছে। আজি ৰাজ্যসভাৰ অধিবেশনৰ শূণ্য কালত বিষয়টো উত্থাপন কৰি ৰাষ্ট্ৰজোৰা লোকপিয়লত বিলম্ব হোৱাৰ ফলত খাদ্য সুৰক্ষা লাভৰ পৰা প্ৰায় ১৪ কোটি যোগ্য ব্যক্তি বঞ্চিত হোৱা বুলি তেওঁ অভিযোগ কৰে। লোক...

February 10, 2025 6:52 PM

views 74

দেশৰ সংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত জনপ্রতিনিধিসকলৰ অংশগ্ৰহণৰ হাৰ আৰু বৈঠকৰ সংখ্যা হ্ৰাস পোৱা বিষয়ক লৈ লোকসভাৰ অধ্যক্ষj উদ্বেগ প্রকাশ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেশৰ সংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত জনপ্রতিনিধিসকলৰ অংশগ্ৰহণৰ হাৰ আৰু বৈঠকৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত আজি পঞ্চদশ মহাৰাষ্ট্ৰ বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কসকলক লৈ আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে সদনৰ কাম-কাজ পৰিকল্পিতভাৱে ব্...

February 10, 2025 6:34 PM

views 61

চলিত বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰথম বাৰৰ বাবে ১ লাখ কোটি টকা মূল্যৰ আইফোন ৰপ্তানি

চলিত বিত্তীয় বৰ্ষত ভাৰতে প্ৰথম বাৰৰ বাবে ১ লাখ কোটি টকা মূল্যৰ আইফোন ৰপ্তানি কৰিবলৈ সমৰ্থ হৈছে। এখন ইংৰাজী দৈনিক কাকতত প্ৰকাশিত এটা বাতৰিৰ আঁত ধৰি ইলেকট্ৰনিক আৰু তথ্য প্রযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই তথ্য প্ৰকাশ কৰে।এই সফলতাৰ বাবে তেওঁ চৰকাৰৰ উৎপাদনশীলতাৰ সৈতে সংযুক্ত উদগণিমূলক আঁচনিসমূহ...

February 10, 2025 6:10 PM

views 67

গ্রাম্য স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণৰ ফলত ৩ লাখৰো অধিক শিশুৰ জীৱন ৰক্ষা পৰিছেঃ কেন্দ্ৰীয় মন্ত্রী চি আৰ পাৰ্টিল

কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাৰ্টিলে আজি কয় যে গ্রাম্য স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণৰ ফলত ৩ লাখৰো অধিক শিশুৰ জীৱন ৰক্ষা পৰিছে। ৰাজ্যসভাৰ শূণ্য কালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এই অভিযানৰ অধীনত ৰূপায়ণ কৰা সজাগতামূলক কাৰ্যসূচীসমূহৰ ফলত শৌচাগাৰ ব...

February 10, 2025 5:49 PM

views 50

কাইলৈ পেৰিছত ২০২৫ বৰ্ষৰ ‘কৃত্রিম বুদ্ধিমত্তা সন্মিলন’ত প্রধানমন্ত্ৰী মোদীয়ে সহ অধ্যক্ষতা কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। চাৰিদিনীয়া ভ্ৰমণ সূচীৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ফ্ৰান্সৰ পেৰিছত কাইলৈ হ'বলগীয়া ২০২৫ বৰ্ষৰ কৃত্রিম বুদ্ধিমত্তা সন্মিলনত সহ অধ্যক্ষতা কৰিব। তেওঁ লগতে ফ্ৰান্সৰ ৰাষ...

February 10, 2025 5:26 PM

views 52

সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক-পাচলি আৰু মিলেটৰ প্ৰয়োজনত গুৰুত্ব আৰোপ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক-পাচলি আৰু মিলেটৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ লগতে অসমৰো বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ সৈতে মত-বিনিময় কৰি এই বিষয়ে প্ৰকাশ কৰিছে। আজি এটা ভিডিঅ’ মুকলি কৰ...