February 18, 2025 12:59 PM

views 44

ডিব্ৰুগড়ত মহিলা আৰু শিশু কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ পৰ্যালোচনা অন্নপূর্ণ দেৱী যাদৱৰ

কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণ দেৱী যাদৱে কালি ডিব্ৰুগড়ত জিলাখনৰ মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰৰ বিভাগীয় বিষয়াসকলৰ সৈতে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়।...

February 18, 2025 12:58 PM

views 59

অসম আৰু অসমীয়াৰ অস্তিত্ব ধৰি ৰাখিবলৈ অসম সাহিত্য সভাৰ বহু কাম কৰিবলগীয়া আছে বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

অসম আৰু অসমীয়াৰ অস্তিত্ব ধৰি ৰাখিবলৈ অসম সাহিত্য সভাৰ বহু কাম কৰিবলগীয়া আছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ত তেওঁৰ বাসভৱনত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ সৈতে হোৱা বিশেষ আলোচনাত এই অভিমত প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ পূৰ্বৰ গৌৰৱ ঘূৰাই অনাত গুৰুত্ব দি মন্ত্ৰীগ...

February 18, 2025 12:56 PM

views 40

অসমৰ পাঁচখন মহাবিদ্যালয়ক দ্বৈত ডিগ্ৰীৰ স্বীকৃতি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ নেচনেল কাউন্সিল অব টিছাৰ্চ এডুকেচনৰ

কেন্দ্ৰীয় চৰকাৰৰ নেচনেল কাউন্সিল অব টিছাৰ্চ এডুকেচনে অসমৰ পাঁচখন মহাবিদ্যালয়ক দ্বৈত ডিগ্ৰীৰ স্বীকৃতি প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি এন চি টি ইৰ অধীনত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়, টিয়কৰ চি কে বি মহাবিদ্যালয়, ডিগবৈ মহাবিদ্যালয় আৰু লখিমপুৰ ছোৱালী মহা...

February 18, 2025 12:14 PM

views 49

ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কালি ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। এইবাৰৰ প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় এহেজাৰ ৫০০ পেৰা এথলীটে ১৫৫ টা শিতানত প্রতিদ্বন্দিতা আগবঢ়াব। দেশৰ কেইবাগৰাকীও তাৰকা পেৰা এথলীটে প্ৰতিযোগিতাত নিজৰ অংশগ্রহণ সুনিশ্চিত কৰিছে। তেওঁলো...

February 18, 2025 12:12 PM

views 57

মনু ভাকেৰক বিবিচি ইণ্ডিয়ানছ স্পৰ্টছ ওমেন অৱ দা ইয়াৰ হিচাপে ঘোষণা

ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকেৰক পেৰিছ অলিম্পিকত দেখুওৱা উৎকৃষ্ট প্রদৰ্শনৰ বাবে বিবিচি ইণ্ডিয়ানছ স্পৰ্টছ ওমেন অৱ দা ইয়াৰ হিচাপে ঘোষণা কৰা হৈছে। এই বঁটাৰ বাবে মনোনীত আন চাৰিগৰাকী খেলুৱৈৰ ভিতৰত গল্ফ খেলুৱৈ অদিতি আশোক, পেৰাচাৰ অৱনী লেখাৰা, ভাৰতীয় মহিলা ক্রিকেট দলৰ উপ-অধিনায়ক স্মৃতি মন্ধনা আৰু মল্লযোদ...

February 18, 2025 12:08 PM

views 58

মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছৰ হাতত ডেলহী কেপিটেলছ ৮ উইকেটত পৰাস্ত

বডোদৰাৰ কোটাম্বি ষ্টেডিয়ামত কালি অনুষ্ঠিত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ডেলহী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ডেলহী কেপিটেলছে নিৰ্ধাৰিত অভাৰত ১৪১ ৰাণ কৰে। দলটোৰ হৈ জেমিমা ৰু'দিগচে সৰ্বাধিক ৩৪ ৰাণ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ১৭...

February 18, 2025 12:05 PM

views 65

সমাগত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় পুৰুষ দলটোৰ নতুন জাৰ্চি মুকলি বিচিচি আইৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে সমাগত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় পুৰুষ দলটোৰ নতুন জাৰ্চি মুকলি কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত বিচিচিআয়ে খেলুৱৈসকলৰ জাৰ্চিৰ আলোকচিত্র শ্বেয়াৰ কৰে। ৰোহিত শর্মা নেতৃত্বাধীন দলটোৱে পৰিধান কৰা নীলা ৰঙৰ জাৰ্চিৰ বাহুত ট্রাই কালাৰৰ লগতে চেম্পিয়ন ট্ৰফ...

February 18, 2025 12:03 PM

views 62

বি এছ এফৰ উদ্যোগত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ

নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী – বি এছ এফৰ উদ্যোগত ভাৰত আৰু বাংলাদেশৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ হৈছে। ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষী বি জি বিৰ মাজত অহা ২০ ফেব্ৰুৱাৰীলৈ এই সন্মিলন অব্যাহত থাকিব। বি এছ এফৰ সঞ্চালক প্ৰধান দলজিৎ সিং চৌ...

February 18, 2025 11:59 AM

views 31

দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰচাৰিত অভিযোগ খণ্ডন কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ

কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে চলিত বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত অভিযোগ খণ্ডন কৰিছে। একাংশ লোকে অসৎ উদ্দেশ্যৰে প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰি থকা বুলি পৰিষদে প্ৰকাশ কৰিছে। এই অভিযোগ সমূহ ভিত্তিহীন আৰু ইয়াৰ উদ্দে...

February 18, 2025 12:18 PM

views 45

আজি পৰীক্ষা পে চৰ্চা ২০২৫ৰ নতুন সংস্কৰণ মুকলি

পৰীক্ষা পে চৰ্চা ২০২৫ৰ নতুন সংস্কৰণ আজি মুকলি কৰা হয়। এই সংস্কৰণত বিভিন্ন পৰীক্ষাত শীর্ষস্থান দখল কৰা কেইবাগৰাকীও ব্যক্তিয়ে পৰীক্ষাৰ মানসিক চাপ, উদ্বেগ আৰু হেঁচা হ্ৰাস কৰিবলৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ মনোভাৱ ব্যক্ত কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত এই ...