March 11, 2025 8:48 PM

views 72

অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে বিনামুলীয়া হিন্দী পাঠ্যপুথি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ

অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত আজি গুৱাহাটী মহানগৰীৰ ৰূপনগৰত ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে বিনামুলীয়া হিন্দী পাঠ্যপুথি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰনয়ন আৰু প্রকাশন নিগমৰ অধ্যক্ষ দেবানন্দ হাজৰিকাই পতাকা জোকাৰি এই কাৰ্যসূচী মুকলি কৰে। উল্লেখযোগ্য যে চলিত বৰ্ষত ৰাষ্ট্র...

March 11, 2025 8:40 PM

views 67

বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ হত্যাৰ অভিযোগত দোষী সাব্যস্ত ৪ জনক যাৱজ্জীৱন কাৰাদণ্ড

বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি এক ৰায়দানৰ জৰিয়তে হত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰি ৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে। নজৰুল ইছলাম নামৰ এজন লোকক হত্যা কৰাৰ অপৰাধত আজিমুদ্দিন, আমিদুল ইচলাম, ৰহিম বাদশ্বাহ আৰু আব্দুল গণিক এই শাস্তি বিহা হয়। সৰ্থেবাৰী আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত ভুক্তভোগ...

March 11, 2025 8:31 PM

views 73

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছেঃ ৰণজিৎ কুমাৰ দাস

ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বিধানসভাত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে খালী হৈ থকা পদসমূহ প্ৰয়োজন সাপে...

March 11, 2025 8:08 PM

views 67

ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছেঃ মুখ্যমন্ত্ৰী

অসম বিধানসভাত আজি ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটক লৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছে। ২০১৫-১৬ বৰ্ষত এই ব্যয় ২ হাজাৰ ৯৫১ কোটি আছিল বুলি উল্লেখ কৰি তেওঁ কয়, যে ২০২৪-২৫ বৰ্ষত এই পৰিমাণ ২৪ হাজাৰ ৯৬৪ কোটি টকালৈ...

March 11, 2025 6:28 PM

views 55

ইণ্ডিয়ান ৱেলছ্ অপেন টেনিছত পুৰুষৰ ডাবলছত যুকি ভাম্বৰি আৰু আন্দ্ৰে গোৰানছন প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্নিয়াত অনুষ্ঠিত ইণ্ডিয়ান ৱেলছ্ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছত ভাৰতৰ যুকি ভাম্বৰি আৰু তেওঁৰ ছুইডেনৰ সহযোগী আন্দ্ৰে গোৰানছন প্রী-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। যুটীটোৱে আজি পুৱা বেলজিয়ামৰ ছেণ্ডাৰ জিলি আৰু পোলেণ্ডৰ জোন জিলেনক্সিক ৩-৬, ৭-৬, ১০-৮ ছেটত পৰাস্ত কৰে। যু...

March 11, 2025 6:22 PM

views 61

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে ২০২৪-২৫ বৰ্ষৰ প্রধান কৃষিজাত সামগ্ৰী উৎপাদনৰ দ্বিতীয় পূর্বানুমান প্ৰতিবেদন প্রকাশ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে ২০২৪-২৫ বৰ্ষৰ বাবে প্রধান কৃষিজাত সামগ্ৰী উৎপাদনৰ দ্বিতীয় পূর্বানুমান প্ৰতিবেদন প্রকাশ কৰিছে। পূর্বানুমান অনুসৰি খাৰিফ কৃষিজাত শস্যৰ উৎপাদন প্রায় ৬৬ লাখ মেট্রিক টন হোৱাৰ লগতে ৰবি খাদ্য শস্যৰ উৎপাদন ১,৬৪৫ লাখ মেট্রিক টনতকৈও অধিক হ'ব বুলি অনুমান কৰা হৈছে। ...

March 11, 2025 6:11 PM

views 64

দিল্লীৰ আনন্দ বিহাৰ এলেকাৰ বস্তি অঞ্চলত পুৱাতে সংঘটিত অগ্নিকাণ্ডত ৩ জন লোকৰ মৃত্যু

দিল্লীৰ আনন্দ বিহাৰ এলেকাৰ বস্তি অঞ্চলত আজি নিচেই পুৱাতে সংঘটিত এটা অগ্নিকাণ্ডত তিনিজন লোকৰ মৃত্যু হয়। দিল্লী আৰক্ষীয়ে জনোৱা মতে, কেইজনমান শ্রমিকে সাজি লোৱা অস্থায়ী শিবিৰত পুৱতি নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্রায় ৪৫ মিনিটতৰ অন্তত অগ্নিনির্বাপন বাহিনীয়ে জুই নির্বাপন কৰিবলৈ সমৰ্থ হয়। ঘটনাটোত এ...

March 11, 2025 6:05 PM

views 52

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ গংগোটত সংঘটিত পথ দুৰ্ঘটনাত ৩ জন লোকৰ থিতাতে মৃত্যু

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ গংগোটত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত তিনি জন লোকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি আন ১০ জন লোক আহত হয়। মাহুৰ টেহছিলৰ পিছল বাটেৰে যাত্ৰী কঢ়িয়াই নিয়া গাড়ীখন দ’ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহত লোকসকলক অঞ্চলটোৰ স্বেচ্ছাসেৱক আৰু আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ...

March 11, 2025 5:59 PM

views 45

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ত্ৰিভাষা নীতিক লৈ ডি এম কেৰ সাংসদসকলৰ সংসদভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ত্ৰিভাষা নীতিক লৈ ডি এম কেৰ সাংসদসকলে আজি সংসদভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলটোৰ সাংসদ কানিমোঝিয়ে সংবাদ মাধ্যমৰ আগত তামিলনাডুৰ বাবে শিক্ষা পুঁজি মুকলি কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। তেওঁ লগতে শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি লোকসভাত তামিলনাডু চৰকাৰক ল...

March 11, 2025 5:51 PM

views 64

এম জি এনৰেগাৰ ৰূপায়ণত দেশৰ যিকোনো স্থানত নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে চৰকাৰে সেই স্থানলৈ তদন্তকাৰী দল প্ৰেৰণ কৰিবঃ শিৱৰাজ সিং চৌহান

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ গেৰাণ্টি আঁচনি, এম জি এনৰেগাৰ ৰূপায়ণত দেশৰ যিকোনো স্থানত নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে চৰকাৰে সেই স্থানলৈ তদন্তকাৰী দল প্ৰেৰণ কৰিব আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। গ্রামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা প্...