March 12, 2025 1:19 PM

views 38

ডিব্ৰুগড়ৰ ৰমাইঘাটত ডাইনীৰ সন্দেহত এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ গোচৰত ছজন লোকক গ্ৰেপ্তাৰ

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৰমাইঘাটত কালি ডাইনীৰ সন্দেহত এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ গোচৰত আৰক্ষীয়ে ছজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজনৰ ভিতৰত বিনোদ চাংঘা নামৰ এজন তান্ত্ৰিকো আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। বিনোদ চাংঘাৰ নেতৃত্বতে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে যোৱা সো...

March 12, 2025 1:01 PM

views 28

মৰিচাছৰ প্ৰধানমন্ত্রী নবীচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। শ্রীমোদী কালি মৰিচাছৰ প্ৰধানমন্ত্রী নবীচন্দ্ৰ ৰামগুলামৰ সৈতে ফলপ্রসূ আলোচনাত মিলিত হয়। প্রধানমন্ত্ৰী মোদী তেওঁৰ দুদিনীয়া মৰিচাছ ভ্ৰমণৰ অংশ হিচাপে কালি পোর্ট লুইত দেশখনৰ প্ৰধানমন্ত্ৰীগৰ...

March 12, 2025 12:06 PM

views 42

ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজৰ এখন গুৰুত্বপূৰ্ণ সেঁতু মৰিচাছঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাছক ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজৰ এখন গুৰুত্বপূৰ্ণ সেঁতু বুলি অভিহিত কৰিছে। পোর্ট লুইত যোৱা নিশা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে এটা মত-বিনিময় অনুষ্ঠানত ভাগ লৈ শ্রীমোদীয়ে কয় যে মৰিচাছ হৈছে ভাৰতৰ সাগৰ দৰ্শনৰ কেন্দ্ৰবিন্দু। ২০১৫ চনত দ্বীপ ৰাষ্ট্ৰখন ভ্ৰমণৰ সময়ত প্রধানমন্ত...

March 12, 2025 12:04 PM

views 34

৩০ দিনৰ বাবে তাৎক্ষণিক আৰু অন্তৰ্ৱৰ্তীকালীন যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত ইউক্ৰেইনৰ সন্মতি প্ৰকাশ

ইউক্রেইনে ৩০ দিনৰ বাবে তাৎক্ষণিক আৰু অন্তৰ্ৱৰ্তীকালীন যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। এতিয়া ৰাছিয়াই এই ক্ষেত্ৰত নিজৰ স্থিতি প্ৰকাশ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশ সচিব মার্কো ৰুবিঅ'ই সংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্রেইনলৈ চোৰ...

March 12, 2025 12:03 PM

views 23

উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলে কামৰ বাবে অঞ্চলটো ত্যাগ কৰাৰ আৱশ্যকতা নাইঃ গৃহমন্ত্ৰী অমিত শ্বাহ

উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলে এতিয়া আৰু কামৰ বাবে অঞ্চলটো ত্যাগ কৰাৰ আৱশ্যকতা নাই আৰু তেওঁলোকে অঞ্চলটোতেই কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে প্রকাশ কৰিছে। Students' Experience in Inter-State Living নামৰ কাৰ্যসূচীৰ অধীনত কালি নতুন দিল্লীত আয়োজিত যুৱ সংসদত উত্তৰ-পূৰ্ব...

March 12, 2025 12:01 PM

views 31

দেশত উজলা আঁচনিৰ অধীনত প্ৰায় ৩৭ কোটি এল ই ডি বাল্ব বিতৰণ

চৰকাৰে উজলা আঁচনিৰ অধীনত বৰ্তমানলৈকে সমগ্ৰ দেশত প্ৰায় ৩৭ কোটি এল ই ডি বাল্ব বিতৰণ কৰিছে। ৰাজ্যসভাত এটা লিখিত উত্তৰত কেন্দ্ৰীয় শক্তি মন্ত্রী মনোহৰ লালে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই আঁচনিৰ ৰূপায়ণৰ ফলত প্ৰতি ঘণ্টাত প্ৰায় ৪ হাজাৰ ৮০০ কোটি কিলোৱাৰ্ট শক্তি ৰাহি হৈছে। তেওঁ কয়, যে এল ই ডি বাল...

March 12, 2025 11:59 AM

views 29

মহিলা প্রিমিয়াৰ লীগ ক্রিকেটত মুম্বাই ইণ্ডিয়ানছক ১১ ৰানত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক ১১ ৰানত পৰাস্ত কৰে। মুম্বায়ে টছত জিকি ৰয়েল চেলেঞ্জাৰ্ছক প্রথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। মুম্বাইৰ ব্ৰেবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধ...

March 12, 2025 11:58 AM

views 36

বিশ্ব পেৰা গ্ৰাঁ প্ৰি এথলেটিকছ প্ৰতিযোগিতাত পুৰুষৰ ডিছকাছ থ্ৰ’ৰ F11 শিতানৰ আটাইকেইটা পদক জয় ভাৰতৰ

নতুন দিল্লীত অনুষ্ঠিত বিশ্ব পেৰা গ্ৰাঁ প্ৰি এথলেটিকছ প্ৰতিযোগিতাৰ আৰম্ভণিৰ দিনটোতে কালি ভাৰতে পুৰুষৰ ডিছকাছ থ্ৰ’ৰ F11 শিতানৰ আটাইকেইটা পদক জয় কৰে। সাগৰে ৩৪.৮৪ মিটাৰ ডিছকাছ থ্ৰ’ কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে বালাজী ৰাজেন্দ্ৰনে ২৬.৯৮ মিটাৰেৰে ৰূপৰ আৰু জনক সিং হার্চানাই ২৫.১৩ মিটাৰেৰে ব্ৰঞ্জৰ পদক লাভ ক...

March 11, 2025 9:02 PM

views 33

গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তি বিষয়ক ২ দিনীয়া কৰ্মশালাৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তি বিষয়ক দুদিনীয়া কৰ্মশালাৰ আজি অন্ত পৰে। কর্মশালাখনত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ কৃত্রিম বুদ্ধিমত্তাৰ প্ৰযুক্তিসমূহ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগীৰে ভাৰতীয় ভাষাসমূহক ডি...

March 11, 2025 8:56 PM

views 48

দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন

সমাগত দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন চলিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰপেটা সত্ৰত পৰহিলৈৰ পৰা ৪ দিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। পৰহিলৈ গোন্ধ যাত্ৰা, ১৪ আৰু ১৫ মাৰ্চত ভৰ দৌল আৰু ১৬ মাৰ্...