March 13, 2025 10:52 AM
64
জৈৱ উৎপাদন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
■ অসমত জৈৱ প্ৰযুক্তি খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণেৰে জৈৱ উৎপাদন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। নতুন দিল্লীত কালি কেন্দ্রীয় চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগৰ মুখ্য কাৰ্যালয়ত ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটা আৰু কেন্দ্ৰীয় জৈৱ প্ৰযুক্তি সচিব...