March 11, 2025 5:43 PM

views 44

কেন্দ্ৰীয় চৰকাৰে অহা তিনি বছৰৰ ভিতৰত দেশৰ প্ৰতিখন জিলাতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে একোটা ডে কেয়াৰ কেন্দ্ৰ মুকলি কৰিব

কেন্দ্ৰীয় চৰকাৰে অহা তিনি বছৰৰ ভিতৰত দেশৰ প্ৰতিখন জিলাতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে একোটা ডে কেয়াৰ কেন্দ্ৰ মুকলি কৰিব। ৰাজ্যসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই কয়, যে ২০২৫-২৬ চনৰ ভিতৰত ২০০ টা ডে কেয়াৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। শ্ৰী নাড্ডাই শেহতীয়া কিছু তথ্য দাঙি ধৰি ...

March 11, 2025 5:09 PM

views 47

পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেৱল ভাৰতৰ ভিন্ন সংস্কৃতিকে নহয়, বৰং বিদেশৰ সংস্কৃতিকো তুলি ধৰিছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কৈছে যে, পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেৱল ভাৰতৰ ভিন্ন সংস্কৃতিকে নহয়, বৰং বিদেশৰ সংস্কৃতিকো তুলি ধৰিছে। তেওঁ কয়, যে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ জৰিয়তে দেশৰ বৈচিত্ৰ্যৰ প্ৰতিফলন ঘটিছে। ভাটিন্দা বিশ্ববিদ্যালয়ৰ দশম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ ...

March 11, 2025 4:51 PM

views 44

দুদিনীয়া ভ্রমণসূচীৰে মৰিচাছত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচী লৈ আজি পুৱা দ্বীপ ৰাষ্ট্ৰ মৰিচাছত উপস্থিত হয়। দেশখনৰ প্ৰধানমন্ত্ৰী নৱীচন্দ্ৰ ৰামগুলামে শ্ৰী মোদীক বিমান বন্দৰত আদৰণি জনায়। মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে বিমান বন্দৰত দেশখনৰ উপ-প্রধানমন্ত্রী, মুখ্য ন্যায়াধীশ, সংসদৰ অধ্যক্ষ, বিৰোধী দলপতি, বিদেশ মন্ত্রী,...

March 11, 2025 1:18 PM

views 75

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত কৃষক মেলা ২০২৫ অনুষ্ঠিত

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত কৃষক মেলা ২০২৫ অনুষ্ঠিত হৈছে। মাজুলী জিলা কৃষি বিভাগৰ অধীনত জিলা কৃষি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই মেলাত জিলাখনৰ ভালেমান কৃষক আৰু কৃষি কাৰ্যৰ লগত জড়িত লোক উপস্থিত আছে। মেলাখন গড়মূৰৰ বংশীগোপাল নাট্য মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে।

March 11, 2025 1:16 PM

views 44

সমাগত হোলীৰ সময়ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুঠ ৩০টা যাত্ৰাৰ বাবে বিশেষ ৰে’ল চলাচল

সমাগত হোলী আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ সময়ত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে'লৱে মুঠ ৩০টা যাত্ৰাৰ বাবে বিশেষ ৰে'ল চলাচল কৰোৱাব। ইতিমধ্যে নাৰেংগী-গোৰখপুৰ জংছন-নাৰেংগী, কাটিহাৰ-অমৃতসৰ-কাটিহাৰ, কামাখ্যা-আনন্দ বিহাৰ টার্মিনেল হৈ কামাখ্যা অভিমুখী ৰে'লৰ লগতে মুঠ ২৬ টা যাত্ৰাৰ বাবে বিশেষ ৰে...

March 11, 2025 1:07 PM

views 54

পাঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু বাথিন্দাত থকা এইমছৰ দীক্ষান্ত সমাৰোহত আজি ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি দুদিনীয়া ভ্রমণসূচীৰে পাঞ্জাৱ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডিগড়লৈ যাব। ভ্রমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে চণ্ডিগড়ত থকা পাঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু বাথিন্দাত থকা অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান-এইমছৰ দীক্ষান্ত সমাৰোহত ভাগ ল'ব। এই সময়ছোৱাত পাঞ্জাৱৰ ৰাজ...

March 11, 2025 1:06 PM

views 38

ই-শ্ৰম প’ৰ্টেলত ৩০ কোটিৰও অধিক অসংগঠিত শ্রমিকে পঞ্জীয়ন কৰা বুলি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশ

কেন্দ্ৰীয় চৰকাৰে ই-শ্ৰম প'ৰ্টেলত ৩০ কোটি ৬৮ লাখৰো অধিক অসংগঠিত শ্রমিকে পঞ্জীয়ন কৰা বুলি প্ৰকাশ কৰিছে। দেশৰ অংসঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ এটা সামগ্রিক তথ্যকোষ প্রণয়নৰ বাবে ২০২১ চনত এই প'ৰ্টেলটো মুকলি কৰা হৈছিল। কালি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় শ্রম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী সুশ্ৰ...

March 11, 2025 1:04 PM

views 63

ভাৰত আৰু আর্মানিয়াৰ মাজত এটা দীৰ্ঘদিনীয়া বন্ধুত্বপূর্ণ সম্পর্ক আছে বুলি ড° এছ জয়শংকৰে প্ৰকাশ

ভাৰত আৰু আর্মানিয়াৰ মাজত এটা দীৰ্ঘদিনীয়া বন্ধুত্বপূর্ণ সম্পর্ক আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি আর্মানিয়াৰ বৈদেশিক মন্ত্ৰী অৰাৰত মির্জয়ানৰ সৈতে হোৱা এখন বৈঠকত ড° জয়শংকৰে কয়, যে উভয় দেশৰ মাজত থকা দ্বি-পাক্ষিক বাণিজ্য আৰু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধ...

March 11, 2025 1:02 PM

views 62

২০২৪-২৫ বৰ্ষত কৃষিজাত শস্যৰ উৎপাদন বৃদ্ধি পোৱা বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ৰ প্ৰকাশ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে ২০২৪-২৫ বৰ্ষৰ বাবে প্রধান কৃষিজাত সামগ্রী উৎপাদনৰ দ্বিতীয় পূর্বানুমান প্রতিবেদন প্রকাশ কৰিছে। পূর্বানুমান অনুসৰি খাৰিফ কৃষিজাত শস্যৰ উৎপাদন প্রায় ৬৬ লাখ মেট্রিক টন হোৱাৰ ৰবি খাদ্য শস্যৰ উৎপাদন এহেজাৰ ৬৪৫ লাখ মেট্রিক টনতকৈও অধিক হ'ব বুলি অনুমান কৰা হৈছে ।...

March 11, 2025 1:01 PM

views 58

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ হাতত গুজৰাট জায়েণ্টছ ৯ ৰাণত পৰাস্ত

মুম্বাইৰ ব্ৰে-বৰ্ণ ষ্টেডিয়ামত কালি অনুষ্ঠিত মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে গুজৰাট জায়েণ্টছক ৯ ৰাণত পৰাস্ত কৰে। এই জয়ৰে মুম্বাই ইণ্ডিয়ানছে ডেলহী কেপিটলছৰ সমানে ১০ পইণ্ট লাভ কৰিবলৈ সমৰ্থ হৈছে যদিও কম নেট ৰাণ ৰেটৰ বাবে তালিকাৰ দ্বিতীয় স্থানত আছে। প্রথমে বেট ...