অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা ২৪ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে আজি জাৰি কৰা নিৰ্দেশনা অনুসৰি নৱম শ্ৰেণীৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া কাইলৈৰ পৰা ২৪ মে’লৈ মুকলি থাকিব আৰু বিদ্যালয়সমূহে ২৮ মে’ পর্যন্ত যাৱতীয় মাছুল পৰিশোধ কৰিব পাৰিব। সেই অনুসৰি সকলো বিদ্যালয়ক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
Assamese | May 17, 2025 8:54 PM | asseb class ix registration
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা ২৪ মে’লৈ বৃদ্ধি