November 21, 2025 10:52 AM
29
জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জোহান্সবার্গত হ'বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য আজি তিনিদিনীয়া ভ্রমণসূচীৰে দক্ষিণ আফ্ৰিকালৈ যাব। এয়া হ'ব প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থ দক্ষিণ আফ্ৰিকা ভ্ৰমণ। ইয়াৰ পূৰ্বে তেওঁ ২০১৬ চনত দ্বিপাক্ষিক ভ্ৰমণসূচীৰে দক্ষিণ আফ্ৰিকালৈ গৈছিল আৰু ২০১৮ তথা ২০২৩ চনত দেশখনত...