November 20, 2025 7:57 PM

views 60

জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে আজি দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আফি মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে মুঠ ২৭ গৰাকী বিধায়কে মন্ত্ৰী পদৰ শপত বাক্য প...

November 20, 2025 7:47 PM

views 61

আজি বিশ্ব শিশু দিৱস

আজি বিশ্ব শিশু দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে বিশ্বজুৰি গ' ব্লু শীৰ্ষক প্ৰচাৰ অভিযান চলোৱা হয়। আজিৰ এই বিশেষ দিনটোত বিশ্বৰ বিখ্যাত স্থান অথবা স্মাৰকসমূহ নীলা আলোকসজ্জাৰে সজাই-পৰাই শিশুৰ অধিকাৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ বাবে প্ৰতিকী ৰূপত সহমর্মিতা প্ৰকাশ কৰা হয়। এই অভিযানৰ প্ৰতি সঁহাৰি...

November 20, 2025 7:43 PM

views 43

দৰং কৰ্কট কেন্দ্ৰত মহিলাৰ জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধ বিষয়ক এটা প্ৰশিক্ষণ কার্যসূচী

দৰং জিলা স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত আজি জিলাখনৰ দৰং কৰ্কট কেন্দ্ৰত মহিলাৰ জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধ বিষয়ক এটা প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই কাৰ্যসূচী দৰং কৰ্কট কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শ‍ইকীয়াই...

November 20, 2025 7:26 PM

views 40

পাঠশালাৰ জ্যোতিনগৰ নিবাসী, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ফনীন্দ্ৰ নাথ হালৈৰ দেহাৱসান

পাঠশালাৰ জ্যোতিনগৰ নিবাসী, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকর্মী ফনীন্দ্ৰ নাথ হালৈৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ।

November 20, 2025 7:24 PM

views 76

বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোণৰ পদক জয় কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা ছায়া বৰুৱাক সম্বৰ্দ্ধনা

ইণ্ডোনেছিয়াত যোৱা ১১ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ অনুষ্ঠিত বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোনৰ পদক জয় কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা ছায়া বৰুৱাক আজি তেজপুৰৰ অসমীয়া ক্লাবত বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে ছায়া বৰুৱা এই প্রতিযোগিতাত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে বিবেচ...

November 20, 2025 7:17 PM

views 72

চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী অজন্তা নেওগৰ পৌৰোহিত্যত পৰ্যালোচনা বৈঠক অনুষ্ঠিত

  চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মন্ত্ৰী অজন্তা নেওগৰ পৌৰোহিত্যত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ছিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু জিলা আয়ুক্ত যতীন বৰাসহ জিলাখনৰ মুৰববী-বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰ কাম-কাজৰ খতিয়ান ...

November 20, 2025 7:14 PM

views 65

কামৰূপ মহানগৰ জিলাত নিউম’নিয়া ৰোগ সন্দৰ্ভত সামাজিক সজাগতা আৰু পদক্ষেপ বিষয়ক অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ

কামৰূপ মহানগৰ জিলাত আজি নিউম’নিয়া ৰোগ সন্দৰ্ভত সামাজিক সজাগতা আৰু পদক্ষেপ বিষয়ক অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আয়োজিত এটা অনুষ্ঠানত অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া লখিমী দত্তই এই অভিযান মুকলি কৰে। উল্লেখযোগে যে নিউম’নিয়াৰ দৰে ...

November 20, 2025 7:12 PM

views 71

ভার্চুৱেল মাধ্যমেৰে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ ৭জন অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ সাতজন অভিযুক্তক আজি সংশ্লিষ্ট কাৰাগাৰৰ পৰা ভার্চুৱেল মাধ্যমেৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পাছতেই আদালতে আটাইকেইজনকে পুনৰ ন্যায়িক জ...

November 20, 2025 7:01 PM

views 51

ধেমাজিত সদৌ অসম সত্র মহাসভাই আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ অংশগ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি সদৌ অসম সত্র মহাসভাই ধেমাজিত আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে সত্ৰ, নামঘৰসমূহ একো একোখন দেৱস্থল। ৰাজ্যৰ এহেজাৰ ২০০তকৈ অধিক সত্ৰ আৰু ৪ হাজাৰৰো অধিক না...

November 20, 2025 4:12 PM

views 35

ভাৰতে ২০২৪-২৫ বৰ্ষত ১ লাখ ৫৪ হাজাৰ কোটি টকা মূল্যৰ অভিলেখ পৰিমাণৰ প্ৰতিৰক্ষা আহিলাপাতি উৎপাদন কৰিছে

■ ভাৰতে ২০২৪-২৫ বৰ্ষত ১ লাখ ৫৪ হাজাৰ কোটি টকা মূল্যৰ অভিলেখ পৰিমাণৰ প্ৰতিৰক্ষা আহিলাপাতি উৎপাদন কৰিছে। এই সময়ছোৱাত প্ৰতিৰক্ষা ৰপ্তানীও ২০১৪ চনৰ এহেজাৰ কোটি টকাৰ কমৰ পৰা ২৩ হাজাৰ ৬২২ কোটি টকালৈ বৃদ্ধি পাইছে। বিগত এটা দশকত দেশৰ সামৰিক ঔদ্যোগিক ভেটিলৈ আগবঢ়োৱা নীতিগত সমৰ্থন আৰু বিপুল আবণ্টনৰ বাবেই প্ৰ...