January 2, 2025 10:05 AM

views 42

পদ্মশ্ৰী বঁটাপ্ৰাপক আৰু প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী ড০ কে এছ মনিলালৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পদ্মশ্ৰী বঁটাপ্ৰাপক আৰু প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী ড০ কে এছ মনিলালৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত শ্রীমোদীয়ে কয়, যে উদ্ভিদ বিজ্ঞানলৈ তেওঁ আগবঢ়োৱা অৱদান পৰৱৰ্ত্তী প্রজন্মৰ উদ্ভিদ বিজ্ঞানী আৰু গৱেষকসকলৰ বাবে পাথেয় হৈ ৰ'ব। শ্রীমোদীয়ে লগতে কয় যে কেৰালাৰ ইতিহা...

January 2, 2025 10:00 AM

views 42

সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাসৰ বাবে চলোৱা প্ৰচেষ্টা অব্যাহত ভাৰতৰ

● ভাৰতে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ সুফল দেখিবলৈ পোৱা গৈছে। শেহতীয়া তথ্য অনুসৰি ২০২০ চনত সেউজ গৃহ গেছৰ নিগমন পূৰ্বৰ বছৰৰ তুলনাত ৭.৯৩ শতাংশ হ্রাস পায়। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন কাৰ্যালয়ক অর্পণ কৰা তথ্য অনুসৰি ২০০৫ৰ পৰা ২০২০ চনলৈ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ক্ষেত্ৰত সেউজ গৃ...

January 2, 2025 9:58 AM

views 39

দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে ইৰাণৰ উপ-বিদেশ মন্ত্ৰী মজিদ টৰ্ট ৰাৱন্সি দিল্লীত উপস্থিত হ’ব

ইৰাণৰ উপ-বিদেশ মন্ত্ৰী মজিদ টৰ্ট ৰাৱন্সি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হ'ব। উপ-বিদেশ মন্ত্ৰীগৰাকীয়ে আজি আৰু কাইলৈ নতুন দিল্লীত হ'বলগীয়া ইৰাণ-ভাৰত ৰাজনৈতিক পৰামৰ্শৰ উনবিংশলানি আলোচনাত অংশ ল'ব। ভাৰত আৰু ইৰাণৰ মাজত প্ৰাচীন কালৰে পৰা ঐতিহাসিক সম্পর্ক আছে আৰু সাংস্কৃতিক তথা অর্থনৈ...

January 2, 2025 9:54 AM

views 43

দিল্লীত জম্মু-কাশ্মীৰ এণ্ড লাডাখ : থ্রু দি এজেজ নামৰ ৭টা খণ্ডৰ গ্ৰন্থ উন্মোচন কৰা হব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত হ'বলগীয়া কিতাপ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ ল'ব। কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধান এই অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। জম্মু-কাশ্মীৰ এণ্ড লাডাখ : থ্রু দি এজেজ নামৰ সাতটা খণ্ডৰ এই গ্ৰন্থখনিৰ জৰিয়তে জন্মু-কাশ্মী...

January 2, 2025 9:49 AM

views 52

দেশত যোৱা ডিচেম্বৰ মাহত ১ লাখ ৭৬ হাজাৰ কোটিৰো অধিক টকা সামগ্ৰী আৰু সেৱা কৰ, জি এছ টি সংগ্রহ

ডিচেম্বৰত দেশত সামগ্ৰী আৰু সেৱা কৰ, জি এছ টি সংগ্রহ ২০২৩ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৭.৩ শতাংশ বৃদ্ধি পাই ১ লাখ ৭৬ হাজাৰ কোটিৰো অধিক টকা হয়। ২০২৩ চনৰ ডিচেম্বৰত সংগৃহীত জি এছ টিৰ পৰিমাণ আছিল ১ লাখ ৬৪ হাজাৰ কোটি টকা। ডিচেম্বৰত দেশত ৩২ হাজাৰ ৮৩৬ কোটি টকাৰ কেন্দ্ৰীয় জি এছ টি আৰু ৪০ হাজাৰ ৪৯৯ কোটি টকাৰ...

January 2, 2025 9:45 AM

views 59

কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্রী শ্বেইখ মহম্মদ বিন আব্দুলৰহমান বিন জছিম অল থানিক ড০ এছ জয়শংকৰৰ সাক্ষাৎ

● বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্রী শ্বেইখ মহম্মদ বিন আব্দুলৰহমান বিন জছিম অল থানিক সাক্ষাৎ কৰে আৰু দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তিনি-দিনীয়া ভ্রমণসূচীৰে সোমবাৰে কাৰ্টাৰত উপস্থিত হোৱা ড০ জয়শংকৰৰ এয়া এই বছৰৰ প্ৰথম কূটনৈতিক আলোচনা আছিল। ব...

January 2, 2025 9:36 AM

views 53

ভূপালৰ অধুনালুপ্ত ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা বিষাক্ত আৱৰ্জনা স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ

■ ভূপাল গেছ দুৰ্ঘটনাৰ ৪০ বছৰৰ পাছত যোৱা নিশা অধুনালুপ্ত ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা প্ৰায় ৩৭৭ টন বিষাক্ত আৱৰ্জনা স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই বিষাক্ত আৱৰ্জনাখিনি ১২টা বন্ধ কণ্টেইনাৰ ট্রাকেৰে ভূপালৰ পৰা ২৫০ কিলোমিটাৰ নিলগৰ ধাৰ জিলাৰ পিঠমপুৰ ঔদ্যোগিক এলেকালৈ লৈ যোৱা হৈছে। আৱৰ্জনাখিনি লৈ যোৱ...

January 2, 2025 9:32 AM

views 68

আজিৰে পৰা গণৰাজ্য দিৱসৰ কুচকাৱাজ আৰু বিটিং ৰিটিত সমাৰোহৰ টিকটৰ বিক্ৰী আৰম্ভ

আসন্ন গণৰাজ্য দিৱসৰ কুচকাৱাজ আৰু বিটিং ৰিটিত সমাৰোহৰ টিকটৰ বিক্ৰী আজি আৰম্ভ হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে সেনা ভৱন, শাস্ত্রী ভৱন, যন্তৰ মন্তৰ, প্ৰগতি ময়দান আৰু ৰাজীৱ চ'ক মেট্রো ষ্টেশ্যনৰ ফটোযুক্ত মূল পৰিচয়পত্ৰ দেখুৱাই এই টিকট ক্রয় কৰিব পৰা যাব। জনসাধাৰণে aamantran.mod.gov.in ৱেবছাইট আৰু আমন...

January 2, 2025 9:27 AM

views 42

সকলো আঁচনিৰ উচিত ৰূপায়ণেৰে দেশৰ গাঁওসমূহক দৰিদ্ৰতামুক্ত কৰি তোলা হ’ব

সকলো আঁচনিৰ উচিত ৰূপায়ণেৰে দেশৰ গাঁওসমূহক দৰিদ্ৰতামুক্ত কৰি তোলা হ'ব বুলি কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। নতুন দিল্লীত কালি গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ বিভিন্ন কামৰ পৰ্যালোচনা কৰি শ্ৰীচৌহানে কয় যে মাহিলী ভিত্তিত লক্ষ্য নিৰ্দ্ধাৰণ কৰা হ'ব আৰু এই লক্ষ্য পূৰণৰ বাবে প্ৰচেষ...

January 2, 2025 9:22 AM

views 82

কৃষকসকলৰ কল্যাণৰ বাবে ৩টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ

■ নৰেন্দ্ৰ মোদী চৰকাৰে নতুন বছৰটো খেতিয়কৰ নামত উচৰ্গা কৰা বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীচৌহানে কয় যে চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্রীসভাই প...