January 1, 2025 9:15 PM

views 35

গুৱাহাটীৰ কইনাধৰাত নতুন দিনৰ আলাপ অনুষ্ঠান, সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সম্পাদকৰ সৈতে মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ

নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত নতুন দিনৰ আলাপ নামেৰে এটা অনুষ্ঠানৰ আয়োজন কৰে। ইয়াত ৰাজ্যখনৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সম্পাদকৰ সৈতে মুখ্যমন্ত্ৰীয়ে মুকলি বাৰ্তালাপত ভাগ লয়। এই অনুষ্ঠানত উপস্থিত থকা আকাশবাণীৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন ব...

January 1, 2025 9:13 PM

views 54

গুৱাহাটীৰ শিলপুখুৰীৰ শান্তিস্থলত গোপীনাথ বৰদলৈৰ আবক্ষ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনা ভাৰতৰত্ন সন্মানেৰে সন্মানিত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ গুৱাহাটীৰ শিলপুখুৰীত অৱস্থিত সমাধিক্ষেত্ৰ শান্তিস্থলত ১ কোটি ২৬ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা বৰদলৈ দেৱৰ এটা আবক্ষ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে...

January 1, 2025 9:11 PM

views 22

গুৱাহাটীৰ পল্টন বজাৰৰ ৰে’ল ষ্টেচনৰ সমীপৰ জি এছ ৰোডত অত্যাধুনিক পদপথ সেতু উদ্বোধন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনা পুৱাৰ ভাগতে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰে'ল ষ্টেচনৰ সমীপৰ জি এছ ৰোডৰ ওপৰত প্ৰায় ১৬ কোটি ৬৭ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা অত্যাধুনিক পদপথ সেতুখন উদ্বোধন কৰে। গুৱাহাটী ৰে'ল ষ্টেচনলৈ যাবলগীয়া পথচাৰীসকলৰ যাত্ৰা সুগম কৰিবলগীয়া এই সেতুখ...

January 1, 2025 9:09 PM

views 33

অসম চৰকাৰৰ কৰ্মচাৰী-পৰিয়ালৰ নিৰাপত্তাৰ বাবে অভিলাষী বীমা আঁচনিৰ শুভাৰম্ভ

অসম চৰকাৰৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ নিৰাপত্তাৰ বাবে অসম চৰকাৰে প্ৰৱৰ্তন কৰা এখন অভিলাষী বীমা আঁচনিৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। আজি খানাপাৰাৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ...

January 1, 2025 9:07 PM

views 32

ৰাজ্যৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিকৰণৰ উদ্দেশ্যে ‘স্বাগত সতীৰ্থ’ প’ৰ্টেল মুকলি

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিকৰণ প্ৰক্ৰিয়া সৰল কৰাৰ উদ্দেশ্যে ‘স্বাগত সতীৰ্থ’ শীর্ষক এটা প'ৰ্টেল আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। আজি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই প'ৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে। কৰ্...

January 1, 2025 9:05 PM

views 35

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত ৩৫০ কোটি টকা ব্যয় সাপেক্ষ অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত ৩৫০ কোটি টকা ব্যয় সাপেক্ষ অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ জৰিয়তে এজোপাও গছ নকটাকৈ ৰাজ্যিক চিৰিয়াখানাৰ নতুন ৰূপ দিয়া হ'ব। এই প্ৰকল্পৰ জৰিয়তে বয়োজ্যেষ্ঠজনৰ বাবে চিৰিয়াখানা ভ্ৰমণৰ সময়ত হুইল চেয়াৰৰ ব...

January 1, 2025 9:01 PM

views 65

প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু বতৰভিত্তিক শস্য বীমা আঁচনিৰ সুবিধা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ অব্যাহত ৰখাৰ সিদ্ধান্ত

কেন্দ্রীয় মন্ত্রীসভাই আজি প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু নতুন ৰূপত সজাই তোলা বতৰভিত্তিক শস্য বীমা আঁচনিৰ সুবিধা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে সাংবা...

January 1, 2025 8:59 PM

views 46

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈৰ পৰা পাঁচদিনীয়াকৈ কলাক্ষেত্ৰ ৰামধেনু উৎসৱ

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে কলাক্ষেত্ৰ ৰামধেনু উৎসৱৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ প্ৰথম দিনা কাইলৈ চৰকাৰী চাৰু-কাৰু আৰু কলা মহাবিদ্যালয়ৰ শিক্ষার্থীসকলে চিত্র ভাস্কৰ্য প্ৰদৰ্শন কৰিব। এই উৎসৱৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে বৰঢোলৰ অনু...

January 1, 2025 8:57 PM

views 33

কাৰ্বি আংলং জিলাৰ ডিফু ক্লাবৰ ৭২সংখ্যক প্ৰতিষ্ঠা দিৱসত বিশেষ কার্যসূচী

কাৰ্বি আংলং জিলাৰ ডিফু ক্লাবৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি বিশেষ কার্যসূচী গ্ৰহণ কৰা হয়। পুৱাৰ ভাগত ক্লাবৰ সভাপতি ৰবীন গোস্বামীয়ে পতাকা উত্তোলন কৰি দিয়া ভাষণত কয় যে ৭২ বছৰ গৰকা ক্লাবটোৱে জিলাখনৰ সামাজিক-সাংস্কৃতিক দিশত উল্লেখযোগ্য বৰঙণি যোগাই আহিছে। দিৱসৰ অংশ হিচাপে ডিফুৰ সমীপৰ লাংমিলি গ...

January 1, 2025 8:56 PM

views 42

কোকৰাঝাৰৰ বাগানশালিৰ বাথৌ থানশালিত বিশ্বশান্তি আৰু মানৱ কল্যাণৰ বাবে সমূহীয়া প্ৰাৰ্থনা

কোকৰাঝাৰ চহৰৰ বাগানশালিৰ বাথৌ থানশালিত বিশ্বশান্তি আৰু মানৱ কল্যাণৰ বাবে আজি সমূহীয়া প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বি টি আৰ বিধায়িনী পৰিষদৰ অধ্যক্ষ কাটিৰাম বড়ো, কার্যবাহী সদস্য ড০ নিলুট স্বৰ্গীয়াৰীৰ লগতে বি টি আৰৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। অধ্যক্ষ শ্ৰীবড়োৱে বাথৌ থানশাল...