January 30, 2025 6:41 PM

views 48

কাইলৈৰ পৰা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

বজালী জিলাৰ পাঠশালাত কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই অধিবেশনৰ কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে উৎসাহ উদ্দীপনাৰ পৰিবেশে বিৰাজ কৰিছে। অধিবেশনৰ আদৰণি সমিতিয়ে সাহিত্য সভাৰ এই অধিবেশনৰ অংশ হিচাপে বজালী শীর্ষক...

January 30, 2025 6:39 PM

views 29

সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত মহাত্মা গান্ধীৰ মৃত্যু দিৱস পালন

সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় ছহিদ দিৱস উপলক্ষে জনতা ভৱনত আয়োজিত কাৰ্যসূচীত ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ লগতে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবসহ শীর্ষ আমোলা উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছেও গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰাষ...

January 30, 2025 6:37 PM

views 50

কামৰূপ মহানগৰ জিলাৰ ১৯ গৰাকী অৱসৰ ল’বলগীয়া শিক্ষক-কর্মচাৰীক নথি-পত্ৰ প্রদান

কামৰূপ মহানগৰ জিলাৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ পৰা কাইলৈ অৱসৰ গ্ৰহণ কৰিবলগীয়া প্ৰধান শিক্ষক, বিষয় শিক্ষক, সহকাৰী শিক্ষক তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকে ধৰি মুঠ ১৯ গৰাকীক আজি পেন্সন সম্বন্ধীয় প্রয়োজনীয় নথি-পত্ৰসমূহ প্ৰদান কৰা হয়। গুৱাহাটীৰ পাণবজাৰত আয়োজিত অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সম...

January 30, 2025 6:35 PM

views 74

৭ গৰাকী বিশিষ্ট ব্যক্তিক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান প্ৰদান

অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান সদস্য মহীয়ানৰ লগতে সাহিত্যাচার্য সন্মান আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাই সাহিত্যিক তথা অধ্যাপক থানেশ্বৰ শৰ্মা আৰু অধ্যাপক মহেশ্বৰ হাজৰিকাক সদস্য মহীয়ান সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত সাহিত্যিক আন...

January 30, 2025 8:38 PM

views 65

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ প্ৰথমটো পদক অৰ্জন

উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত উশ্বুৰ জৰিয়তে অসমে প্ৰথমটো পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। উশ্বু খেলুৱৈ ছনমা ব্ৰহ্মই অসমক ৰূপৰ পদক উপহাৰ দিয়ে। ইপিনে ৰাষ্ট্ৰীয় ক্রীড়াৰ ফুটবলত অসমে জয়ৰে অভিযান আৰম্ভ কৰিছে। আজি অনুষ্ঠিত গ্ৰুপৰ খেলত অসমে শক্তিশালী গোৱাক ৩-২ গ'লত পৰাস...

January 30, 2025 4:48 PM

views 57

মানসম্পন্ন ঔষধৰ অবিৰত যোগান নিশ্চিত আৰু অব্যাহত ৰখাৰ বাবে শ্ৰীলংকাৰ চৰকাৰ দায়বদ্ধঃ শ্ৰীলংকাৰ স্বাস্থ্যমন্ত্ৰী ড০ নলিন্দা জয়াতীচ্ছা

শ্ৰীলংকাৰ স্বাস্থ্য আৰু সংবাদ মাধ্যম দপ্তৰৰ মন্ত্ৰী ড০ নলিন্দা জয়াতীচ্ছাই কঠোৰ নীতি নিৰ্দেশনাৰ মাজেৰে মানসম্পন্ন ঔষধৰ অবিৰত যোগান নিশ্চিত আৰু অব্যাহত ৰখাৰ বাবে দেশখনৰ চৰকাৰ দায়বদ্ধ বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ঔষধ নিয়ামক প্ৰাধিকৰণৰ এটা অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঔষ...

January 30, 2025 4:45 PM

views 17

মহাকুম্ভ মেলাত অহা ৪ ফেব্ৰুৱাৰী পৰ্যন্ত বাহনৰ চলাচল শূন্য কৰি ৰখাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ সিদ্ধান্ত

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অহা ৪ ফেব্ৰুৱাৰী পৰ্যন্ত বাহনৰ চলাচল শূন্য কৰি ৰখাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত লৈছে। ভক্তসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। আকাশবাণী বাতৰি বিভাগৰ সৈতে আচুতীয়া কথা-বতৰাত প্ৰয়াগৰাজৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অংশুমান মিত্রই প...

January 30, 2025 4:43 PM

views 42

আমেৰিকাত এখন যাত্রীবাহী বিমানৰ আমেৰিকান সেনাবাহিনীৰ ব্লেক হক হেলিকপ্টাৰৰ সৈতে আকাশমাৰ্গত হোৱা সংঘৰ্ষৰ ফলত বহু লোকৰ প্রাণহানিৰ আশংকা

আমেৰিকাত ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত এখন যাত্রীবাহী বিমানৰ আমেৰিকান সেনাবাহিনীৰ ব্লেক হক হেলিকপ্টাৰৰ সৈতে আকাশমাৰ্গত হোৱা সংঘৰ্ষৰ ফলত বহু লোকৰ প্রাণহানিৰ আশংকা কৰা হৈছে৷ যুক্তৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ প্ৰশাসনে প্ৰকাশ কৰা মতে, আমেৰিকাৰ স্থানীয় সময় অনুসৰি যোৱা নিশা প্রায় ৯ বজাত বিমানখন...

January 30, 2025 4:40 PM

views 64

ইজৰাইল আৰু হামাছে তৃতীয়বাৰৰ বাবে পণবন্দী আৰু কাৰাবন্দীৰ বিনিময় কৰিবলৈ সাজু

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত গাজা ভূখণ্ডক লৈ সংঘাত হ্ৰাসৰ লক্ষ্যৰে চলি থকা যুদ্ধবিৰতি চুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ইজৰাইল আৰু হামাছে তৃতীয়বাৰৰ বাবে পণবন্দী আৰু কাৰাবন্দীৰ বিনিময় কৰিবলৈ সাজু হৈছে। এই প্ৰক্ৰিয়াৰে গাজাত বন্দী হৈ থকা পাঁচজন থাই নাগৰিকৰ লগতে প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৰ কাৰ...

January 30, 2025 4:26 PM

views 48

পশ্চিম মেলবর্ণত সংঘটিত অগ্নিকাণ্ড অন্যান্য অঞ্চললৈ বিয়পি পৰাৰ বাবে বাসিন্দাসকলক স্থানান্তৰণৰ নিৰ্দেশ দক্ষিণ-পূব কর্তৃপক্ষৰ

অষ্ট্ৰেলিয়াৰ দক্ষিণ-পূব কর্তৃপক্ষই পশ্চিম মেলবর্ণত সংঘটিত অগ্নিকাণ্ড অন্যান্য অঞ্চললৈ বিয়পি পৰাৰ বাবে সেই অঞ্চলৰ বাসিন্দাসকলক স্থানান্তৰণৰ বাবে নিৰ্দেশ দিছে। উল্লেখযোগ্য যে দেশখনৰ ভিক্টোৰিয়া প্ৰদেশৰ মেলবৰ্ণৰ পশ্চিম অংশত যোৱা সোমবাৰে বনজুইৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। ভিক্টোৰিয়াৰ দুৰ্যোগকা...