৭ খন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ বাবে কাইলৈ উপ-নির্বাচন অনুষ্ঠিত হ’ব। উপ-নির্বাচন হ’বলগীয়া সমষ্টিকেইটা হৈছে- জম্মু-কাশ্মীৰৰ বুদগাম আৰু নাগ্রোতা, ৰাজস্থানৰ আন্তা, ঝাৰখণ্ডৰ ঘাটছিলা, তেলেংগানাৰ জুবিলি হিলছ, পাঞ্জাবৰ তাৰ্ন তাৰান, মিজোৰামৰ দাম্পা আৰু ওড়িশাৰ নোৱাপাড়া সমষ্টি। বিহাৰ বিধানসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অহা ১৪ নৱেম্বৰত এই সমষ্টিকেইটাৰ ভোটগণনা কৰা হ’ব।
Assamese | November 10, 2025 6:02 PM | Akashvani | Akashvani News | by-election | Election | Political
৭ খন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ বাবে কাইলৈ উপ-নির্বাচন অনুষ্ঠিত