২০২৫ চনৰ পদ্ম বঁটাসমূহৰ মনোনয়ন ছেপ্টেম্বৰৰ ১৫ তাৰিখ পৰ্যন্ত গ্ৰহণ কৰা হ’ব। ইচ্ছুক প্ৰাৰ্থীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰৰ প’ৰ্টেল awards.gov.inত মনোনয়ন দাখিল কৰিব পাৰিব। পদ্ম বঁটা দেশৰ আটাইতকৈ সন্মানীয় অসামৰিক বঁটা। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী এই তিনি ভাগত পদ্ম বঁটাসমূহ প্রদান কৰা হয়। প্ৰতি বছৰে পদ্ম বঁটা প্ৰাপকৰ নাম গণৰাজ্য দিৱসৰ আগদিনা বিয়লি ঘোষণা কৰা হয়।
Assamese | August 16, 2024 8:33 PM | Padma award
২০২৫ চনৰ পদ্ম বঁটাসমূহৰ মনোনয়নৰ সময়সীমা ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি