ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ’বলগীয়া প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি, স্পটিং ক্লাৱ দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব।
Assamese | August 19, 2026 6:59 PM | Akashvani | Akashvani News | Durand Cup 2026 | Football | Indian Sports
সন্ধিয়া ৭ বজাত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি, স্পটিং ক্লাৱ দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ