লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সংহত টার্মিনেল এই বছৰৰ ভিতৰতে কাৰ্যকৰীভাৱে সাজু হৈ উঠিব। এই সংহত টার্মিনেলে অসমৰ যাতায়ত ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ প্ৰদৰ্শনীত বিমান বন্দৰৰ প্ৰকল্পটোৰ নতুন ৰূপৰ আৰ্হি আৰু নতুন টার্মিনেলত উপলব্ধ হ’বলগীয়া সুবিধাসমূহৰ পৰ্যালোচনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ বাৰ্তাযোগে প্ৰকাশ কৰিছে।
Assamese | March 2, 2025 12:49 PM | Assam CM
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সংহত টার্মিনেল এই বছৰৰ ভিতৰত কাৰ্যকৰী হৈ উঠিব