মণিপুৰৰ টি জি ইংলিছ বিদ্যালয়ে ৬৩ সংখ্যক সুব্রত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ জুনিয়ৰ বয়জৰ খিতাপ দখল কৰিছে। দলটোৱে কালি নতুন দিল্লীত অনুষ্ঠিত ফাইনেলত মেঘালয়ৰ মিংগ্কেন খ্ৰীষ্টিয়ান উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ছাডেন ডেথ ট্রাই ব্ৰেকাৰৰ সহায়ত ৪-৩ গলত পৰাস্ত কৰে। খেলখন নিৰ্ধাৰিত সময়ত ১-১ গলত ড্র’ হোৱাত ছাড়েন ডেথ ট্রাই ব্ৰেকাৰৰ সহায় ল’বলগীয়া হয়।
Assamese | September 12, 2024 1:55 PM | Akashvani | SPORTS
মণিপুৰৰ টি জি ইংলিছ বিদ্যালয়ৰ ৬৩ সংখ্যক সুব্রত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত জুনিয়ৰ বয়জৰ খিতাপ দখল