ভ্ৰাম্যমাণ থিয়েটাৰ সৃষ্টিকর্তা অচ্যুত লহকৰ আজি নৱম মৃত্যু বার্ষিকী। স্বাধীন ভাৰতৰ অন্যতম জনপ্রিয় গণমাধ্যম ভ্রাম্যমাণ থিয়েটাৰৰ জন্মদিন নাট্য জগতত অভূতপূৰ্ব কৃতিত্ব অর্জন কৰা প্ৰয়াত নাট্যব্যক্তিত্বজনৰ মৃত্যু তিথি উপলক্ষে আজি পাঠশালাত বিশেষ কার্যসূচী গ্ৰহণ কৰা হয়। আজিৰপৰা প্ৰায় ৬০বছৰ আগতে গান্ধী জয়ন্তীৰ দিনটোত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত নটৰাজ থিয়েটাৰ স্থাপন কৰি প্ৰয়াত লহকৰে ভ্ৰাম্যমান নাট্যযাত্ৰাৰ সোণালী পথৰ সূচনা কৰিছিল।
Assamese | June 12, 2025 8:10 PM | achyut lahkar tribute assam
ভ্ৰাম্যমাণ থিয়েটাৰ সৃষ্টিকর্তা অচ্যুত লহকৰৰ নৱম মৃত্যু বার্ষিকী উপলক্ষে পাঠশালাত বিশেষ কার্যসূচী