জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল, মনোজ সিনহাই কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাইজলৈ ভগৱান পৰশুৰাম জয়ন্তী আৰু অক্ষয় তৃতীয়ৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷ এটা বাৰ্তাত তেওঁ কয় যে ভগৱান পৰশুৰাম হৈছে ধর্ম সাহস আৰু কৰুণাৰ মূৰ্তি আৰু তেওঁৰ জীৱন আৰু গভীৰ শিক্ষাই মানৱ জাতিক অনাগত সকলো সময়তে পথ প্ৰদৰ্শন কৰি থাকিব। এই শুভ দিনটোৱে সকলোৰে বাবে শান্তি সমৃদ্ধি আৰু সুখৰ সূচনা কামনা কৰে।
Assamese | May 10, 2024 6:26 PM | Akshay Tritiya
ভগৱান পৰশুৰাম জয়ন্তী,অক্ষয় তৃতীয়ৰ বাবে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ শুভেচ্ছা