বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কাইলৈ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলীত পুৱা ৯.৩০ বজাৰ পৰা স্মৃতিচাৰণ সভা তথা সর্বধর্ম প্রার্থনা অনুষ্ঠান আৰু ১১.৩০ বজাৰপৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। একেদৰে ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে মহানগৰীৰ চচলত সর্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে।
Assamese | November 4, 2024 6:53 PM | Akashvani | Assam | Bhupen hazarika | Bhupen Hazarika Song | Jalukbari
বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি শিল্পীগৰাকীৰ সমাধিস্থলীত ভিন্ন অনুষ্ঠানৰ আয়োজন