কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি চত্তিশগড়ৰ বাস্তৰ খণ্ডৰ দান্তেৱাৰা জিলাত বাস্তৰ পাণ্ডুম মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাগ ল’ব। গৃহমন্ত্ৰীগৰাকী কালি দুদিনীয়া চত্তিশগড় ভ্রমণসূচীৰে ৰায়পুৰত উপস্থিত হয়। শ্রীশ্বাহে আজি ৰায়পুৰত নক্সালবিৰোধী অভিযান সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। তেওঁ লগতে দান্তেৱাৰাৰ মা দান্তেশ্বৰী মন্দিৰ দৰ্শন কৰিব।
Assamese | April 5, 2025 11:36 AM | Amit Shah
বাস্তৰ পাণ্ডুম মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাগ ল’ব গৃহমন্ত্রী অমিত শ্বাহে