বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাচিনা আজি বিয়লি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণমৰ্মে দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। ভাৰতত নতুন চৰকাৰ গঠন হোৱাৰ পাছত এয়া কোনো বিদেশী নেতাৰ প্রথম দ্বিপাক্ষিক চৰকাৰী ভ্ৰমণ। অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি বিয়লি ড০ এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হ’ব।
Assamese | June 21, 2024 8:43 PM | Bangladesh PM Visit
বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাচিনা দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত